Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
আনন্দৰাম বৰুৱা | Class 12 Assamese Chapter 3 All Questions and Answers | Class 12 Assamese Chapter 3 All Questions and Answers AHSEC |
আনন্দৰাম বৰুৱা

আৰ্হি প্ৰশ্ন:
(ক) অতি চমু প্ৰশ্ন।
১। আনন্দৰাম বৰুৱা কʼত জন্ম হৈছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ উত্তৰ গুৱাহাটীৰ ৰজা দুৱাৰত জন্ম হৈছিল।
২। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ক'লৈ গৈছিল?
উত্তৰঃ ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা ইউৰোপলৈ গৈছিল।
৩। আনন্দৰাম বৰুৱাই কোনখন গ্রন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে?
উত্তৰঃ আনন্দৰাম বৰুৱাই মহাবীৰ চৰিত গ্রন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে।
৪। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা।
উত্তৰঃ আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা এজন বিদেশী পণ্ডিতৰ নাম হʼল মেক্স মূলাৰ।
৫। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র কি আছিল?
উত্তৰঃ আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র আছিল কৰ্ম।
(খ) চমু প্রশ্ন। (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)
১। আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া?
উত্তৰঃ
২। আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল?
উত্তৰঃ
৩। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভকৰিছিল?
উত্তৰঃ
8। 'আনন্দৰামৰ নিজ দেশৰ প্ৰতি ভক্তিও কম নাছিল' বুজাই লিখা।
উত্তৰঃ
৫। কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব?
উত্তৰঃ
(গ) দীঘল প্রশ্ন। (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে? 'আনন্দৰাম বৰুৱা' পাঠটিৰ আধাৰত বুজাই লিখা।
উত্তৰঃ
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment