Class 6 All Subjects | Class 6 subject SCERT ASSAM
Class 6 All Subject 1. Assamese 2. English 3. Mathematics 4. Social Science 5. Science
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
(ক) অতি চমু প্ৰশ্নঃ
১। কৃপণ লোকৰ দুই ধৰ্ম কি কি?
উত্তৰঃ কৃপণ লোকৰ দুই ধৰ্ম হʼল- লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা।
২। অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ কি?
উত্তৰঃ অৰ্থ ব্যৱহাৰৰ মূলমন্ত্ৰ হʼল- আয় অনুসৰি খৰচ কৰা।
৩। দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?
উত্তৰঃ আয় অলপ খৰচ সৰহ- এয়ে হৈছে দৰিদ্ৰ হোৱাৰ চিন।
৪। মানুহৰ ঋণ কেতিয়া হয়?
উত্তৰঃ আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়।
৫। কোন প্ৰকাৰৰ খৰচ গুপ্ত শত্ৰুৰ নিচিনা?
উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।
Comments
Post a Comment