Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
বনকুঁৱৰী | বনকুঁৱৰী কবিতাটোৰ সকলো প্ৰশ্ন আৰু উত্তৰ |Class 11 Assamese Chapter 13 All Questions and Answers | Class 11 Assamese Chapter 13 All Questions and Answers AHSEC|
বনকুঁৱৰী
(ক) অতি চমু প্রশ্ন:
১) প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি?
উত্তৰঃ প্রথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম "বনকুঁৱৰী”।
২) বেজবৰুৱাই 'প্রতিমা' সম্পর্কে কি মন্তব্য কৰিছিল?
উত্তৰঃ 'প্রতিমা' সম্পর্কে বেজবৰুৱা দেৱে মন্তব্য কৰিছিল যে -"প্রতিমাখন সৰু, কিন্তু নিভাঁজ সোণৰ।"
৩) 'জোনাকী' আলোচনীৰ প্রথম সম্পাদক কোন আছিল?
উত্তৰঃ 'জোনাকী' আলোচনীৰ প্রথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।
৪) 'প্রতিমাৰ খনিকৰ' বুলি কোৱা হয়?
উত্তৰঃ 'প্রতিমাৰ খনিকৰ' বুলি চন্দ্ৰকুমাৰ আগৰৱালা দেৱক কোৱা হয়।
৫) চন্দ্রকুমাৰ আগৰৱালাৰ কবিতাৰ প্রধান বিষয়বস্তু কি?
উত্তৰঃ চন্দ্ৰকুমাৰ আগবৱালাৰ কবিতাৰ প্রধান বিষয়বস্তু হৈছে- প্ৰকৃতি, প্ৰেম আৰু সৌন্দৰ্য।
(খ) চমু প্রশ্ন
১) চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি মনৰ নাম লিখা।
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালা দেৱৰ কবিতা পুথি দুখন হ'ল 'প্রতিমা' আৰু 'বীণবৰাগী'।
২) 'জোনাকী' যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে কাক কাক বুজোৱা যায়?
উত্তৰঃ 'জোনাকী' যুগৰ ত্রিমূর্তি বুলি ক'লে চন্দ্র চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুরা আৰু হেমচন্দ্র গোস্বামীক বুজোৱা হয়।
৫) হাবিৰ মাজত মৰমৰ ধ্বনি কোনে 'তুলিছিল?
উত্তৰঃ হাবিৰ মাজত মৰমৰ ধ্বনি গছৰ শুকান পাতবোৰে তুলিছিল।
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps

Comments
Post a Comment