Skip to main content

Featured

অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পৰ্দাপণ | Class 11 Assamese Chapter 2 All Questions and Answers | Class 11 Assamese Chapter 2 All Questions and Answers AHSEC |

অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পৰ্দাপণ



(ক) অতি চমু প্ৰশ্নঃ

১। অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ শীর্ষক পাঠটি কʼৰ পৰা সংগ্রহ কৰা হৈছে?

উত্তৰঃ অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদার্পণ শীর্ষক পাঠটি মোৰ সোঁৱৰণী নাম গ্রন্থৰ পৰা সংগ্রহ কৰা হৈছে।

২। মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথম বাৰৰ বাবে অসম ভ্রমণ কৰিছিল?

উত্তৰঃ মহাত্মাগান্ধীয়ে ১৯২১ চনৰ ২১ আগষ্ট তাৰিখে প্রথমবাৰৰ বাবে অসম ভ্রমন কৰিছিল।

৩) পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনী খনৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ আত্ম জীবনীখনৰ নাম 'মোৰ সোঁৱৰণী'।

৪) 'আগৰৱালা পকী' ক'ত অৱস্থিত?

উত্তৰঃ 'আগৰৱালা পকী' তেজপুৰত অৱস্থিত।

৫। গান্ধীজীৰ সম্মানার্থে 'পকী'ৰ সন্মুখত আয়োজিত মজলিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা।

উত্তৰঃ গান্ধীজীৰ সম্মানার্থে 'পকী'ৰ সন্মুখত আয়োজিত মজলিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম পদ্মনাম গোহাঞিবৰুৱাৰ।

(খ) চমুপ্রশ্ন

১। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা।

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ'ল- 'গাঁও বুঢ়া' আৰু 'জয়মতী'।

২) পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনী নাম লিখা।

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনী নাম হ'ল- 'বিজুলী', 'আসাম বন্তি আৰু 'ঊষা'।

৩) পদ্মনাম গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা। 

উত্তৰঃ পদ্মনাম গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম হ'ল- 'জয়মতী', 'লাচিত বৰফুকন' আৰু  'গদাধৰ'।

৪) গোপ্পার পাধুবক রাষ কর্মকাপিত সম্মেষ মৈ সেষ্ট সময়ত ভারত চতকারে কি শিতাৎপরে বিভূষিত কৈছিল করিছিল?

উত্তরঃ গোহাঞিবৰুৱাৰ কর্মৰাজিত সন্তোষ হৈ সেইসময়ৰ ভাৰত চৰকাৰে 'বায়চামার' মিতাপেতে বিভূষিত কৰিছিল।

৪) মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল?

উত্তরঃ মহাত্মা গান্ধীয়ে ভাৰতৰ গৱর্ণৰ জেনেৰেলক 'Dear Sire' বুলি সম্বোধন কৰি চিঠি লিখিছিল।

৫) 'অসমত মহাত্মা গান্ধীৰ পোন প্রথম পদার্পণ' শীর্ষক পাঠচিত 'উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা।

উত্তৰঃ 

Comments