Skip to main content

Featured

বৰগীত (উঠৰে উঠ বাপু) || Class 12 Assamese Chapter 1 All Questions and Answers|| বৰগীত পাঠটোৰ সকলো প্ৰশ্ন আৰু উত্তৰ ||

 বৰগীত (উঠৰে উঠ বাপু গোপাল হে)



আৰ্হি প্ৰশ্ন ঃ

(ক) অতি চমু প্ৰশ্ন ঃ

১। মাধৱদেৱৰ জন্ম কʼত হৈছিল?

উত্তৰঃ মাধৱদেৱৰ জন্ম হৈছিল উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰ অঞ্চলত।

২। শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক কি বুলি অভিহিত কৰা হয়?

উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ প্ৰথম সাক্ষাতক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰা হয়।

৩। কোনখন গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়?

উত্তৰঃ 'নামঘোষা' গ্রন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোৱা হয়।

৪। মাধবদেৱে কিমানটা বৰগীত ৰচনা কৰিছিল?

উত্তৰঃ মাধবদেৱে ১৫৭ টা বৰগীত ৰচনা কৰিছিল।

৫। 'উঠৰে উঠ বাপু গোপাল হে' বৰগীতটো কি ৰাগত বন্ধা? 

উত্তৰঃ 'উঠৰে উঠ বাপু গোপাল হে' বৰগীতটো কৌ ৰাগত বন্ধা আছে।

(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)

১। বৰগীত কাক বোলে? বৰগীতৰ বিষয়বস্তুক কেইটা ভাগত ভগাব পাৰি? ভাগসমূহ উল্লেখ কৰা।

উত্তৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত আধ্যাত্মিক ভাবসম্পন্ন আৰু ৰাগ-ৰাগিণীযুক্ত গীতসমূহক বৰগীত বুলি কোৱা হয়। 

           বৰগীতৰ বিষয়বস্তুক ৬টা ভাগত ভগাব পাৰি।

           বৰগীতৰ বিষয়বস্তুক বোৰ হ'ল- লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চোৰ, চাতুৰি। 

২। ড° বাণীকান্ত কাকতিয়ে বৰগীতবোৰক কিয় Noble Numbers বুলি কৈছে?

উত্তৰঃ 

৩। মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি?

উত্তৰঃ 

8। 'সব পুৰুষৰ শিৰৰ ভষণ' বুলি কোনে, কাক, কিয় কৈছে? 

উত্তৰঃ 

৫/ 'সিদ্ধ মুনিগণে                     চিন্তিয়া নপাবে

                 সো হৰি যশোৱা কোলে। -------সিদ্ধ মুনিগণে নোপোৱা হৰিক যশোদাই কিহৰ বলত পুত্ৰৰূপে পালে বুজাই লিখা। 

উত্তৰঃ 

দীঘল প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ৪ অথবা ৫)

১।মাধৱদেৱৰ 'উঠৰে উঠ বাপু গোপাল হে' বৰগীতটোৰ মূল কথাখিনি আলোচনা কৰা।

উত্তৰঃ 

২। বৰগীতটোৰ মাজেৰে যশোদাৰ মাতৃস্নেহ কিদৰে প্ৰকাশিত হৈছে বুজাই লিখা।

উত্তৰঃ 

৩। বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কিদৰে পৰিস্ফুট হৈছে আলোচনা কৰা।

উত্তৰঃ 

8। বৰগীতটোৰ মাধ্যমেৰে ভক্তিৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা।

উত্তৰঃ 

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা ত্রিজগত পতি মুৰুখ মাধরে বোলে।


Comments