Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
মিলন || Class 12 Assamese Chapter 3 All Questions and Answers || মিলন কবিতাটিৰ সকলো প্ৰশ্ন আৰু উত্তৰ ||
মিলন
কবি- নলিনীবালা দেৱী
আর্হি প্রশ্ন:
(ক) অতি চমু প্রশ্ন: (প্রতিটো প্রশ্নৰ মূল্যাংক )
১। নলিনীবালা দেৱীক কি কবিৰূপে জনা যায়?
উত্তৰঃ নলিনীবালা দেৱীক অতীন্দ্ৰিয়বাদী কবিৰূপে জনা যায়।
২। নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম কি?
উত্তৰঃ নলিনীবালা দেৱীৰ আত্মজীৱনীখনিৰ নাম হ'ল- 'এৰি অহা দিনবোৰ'।
৩। 'জাগৃতি' কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ কি মনোভাব প্রকাশ পাইছে?
উত্তৰঃ 'জাগৃতি' কাব্য গ্রন্থখনৰ মাজেৰে কবিৰ স্বদেশপ্ৰেমৰ মনোভাব প্রকাশ পাইছে।
৪। 'মিলন' কবিতাটিত কবিয়ে 'তোমাৰ' বুলি কাক বুজাইছে?
উত্তৰঃ 'মিলন' কবিতাটিত কবিয়ে 'তোমাৰ' বুলি ঈশ্বৰক বুজাইছে।
৫। নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ নলিনীবালা দেৱীয়ে 'অলকানন্দা' কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)
১। নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম লিখা।
উত্তৰঃ নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীৰ নাম হ'ল- 'স্মৃতিতীৰ্থ' আৰু 'বিশ্বদীপা'।
২। কবিৰ পৰম আৰাধ্যজনে আহি নিতে তেওঁক কেনেকৈ দৰ্শন দিয়ে?
উত্তৰঃ
৩। কবিয়ে 'আছা মোৰ নিজান কোণত' বুলি কাৰ কথা বুজাইছে?
উত্তৰঃ
8। কোঁনে নিয়ৰৰ মালা গাঁথি ৰাতিপুৱা কবিক দেখা দিয়েহি?
উত্তৰঃ
৫। ভাগৰুৱা হৈ টোপনিৰ কোলাত থাকিলে কবিয়ে কাক দেখা পায়?
উত্তৰঃ
(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। নলিনীবালা দেৱীৰ কবিতাসমূহৰ মাজেৰে মূলতঃ কি ভাবধাৰা প্ৰকাশ পাইছে, তোমাৰ পাঠটিৰ আধাৰত আলোচনা কৰা।
উত্তৰঃ
২। 'মিলন' কবিতাটিত কবিয়ে কাৰ লগত কাৰ মিলন হোৱাৰ কথা বুজাইছে আলোচনা কৰা।
উত্তৰঃ
- Get link
- X
- Other Apps
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment