Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
ভাৰতীয় আদৰ্শত বৈৰাগ্য | ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটোৰ সকলো প্ৰশ্ন আৰু উত্তৰ | Class 12 Assamese Chapter 5 All Questions and Answers ||
ভাৰতীয় আদৰ্শত বৈৰাগ্য
আর্হি প্রশ্ন:
(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক - ১)
১। ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান কেনেকুৱা?
উত্তৰঃ ভাৰতীয় আদর্শত বৈৰাগ্যৰ স্থান অতি উচ্চ।
২। ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি?
উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ বেদ।
৩। কর্ম কৰা কৌশলক ভগবদ্গীতাত কি যোগ বুলি হৈছে? হৈছে?
উত্তৰঃ কর্ম কৰা কৌশলক ভগবদ্গীতাত কৰ্মযোগ বুলি কৈছে।
৪। তীর্থনাথ শৰ্মাৰ কাব্য গ্রন্থখনৰ নাম কি?
উত্তৰঃ তীর্থনাথ শৰ্মাৰ কাব্য গ্রন্থখনৰ নাম হ'ল- 'কামসেন্দুৰ' ।
৫। তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ কি?
উত্তৰঃ তৈত্তিৰীয় উপনিষদৰ প্ৰথম উপদেশ হৈছে সত্য আৰু ধৰ্ম।
(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)
১। ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠটিত 'সংবিভাজ্য' শব্দটিয়ে কি সূচাইছে?
উত্তৰঃ
২। 'শ্রদ্ধয়া দেয়ম্' 'অশ্রদ্ধয়া অদেয়ম' মানে কি?
উত্তৰঃ 'শ্রদ্ধয়া দেয়ম্' 'অশ্রদ্ধয়া অদেয়ম' মানে হৈছে- শ্ৰদ্ধাৰে দান কৰিবা, অশ্ৰদ্ধাযুক্ত মন লৈ নিদিলে নহয় এনেভাৱে দান কৰা-নকৰা সমান।
৩। প্রকৃত ত্যাগ মানে কি বুজা?
উত্তৰঃ
৪। ঈশোপনিষদত 'ভুঞ্জীথাঃ' মানে কি বুজাইছে?
উত্তৰঃ ঈশোপনিষদত 'ভুঞ্জীথাঃ' মানে হৈছে- ভোগ কৰা, কিন্তু সাৱধান। নিজে ত্যাগৰ ভাবত থাকি আৰু আনৰখিনিলৈ আকাংক্ষা নকৰাকৈ ভোগ কৰাটোৱেই উপনিষদৰ বিধান।
৫। 'অতিথি দেবো ভর' মানে কি?
উত্তৰঃ
(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। 'ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ' - কথাষাৰ বহলাই লিখা।
উত্তৰঃ
২। চাৰি আশ্ৰম বুলিলে কি বুজা?
উত্তৰঃ
৩। বৈৰাগ্য মানে কি? ভাৰতীয় আদৰ্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা হৈছে?
উত্তৰঃ
৪। গুৰুরে শিক্ষার্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি কি উপদেশ দিছিল?
উত্তৰঃ
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment