Skip to main content

Featured

কাঠমিস্ত্ৰীৰ ঘৰ || Class 12 Assamese Chapter 5 (Poem) All Questions and Answers || কাঠমিস্ত্ৰীৰ ঘৰ কবিতাটোৰ সকলো প্ৰশ্ন আৰু উত্তৰ ||

 কাঠমিস্ত্ৰীৰ ঘৰ 

আর্হি প্রশ্ন:

(ক) অতি চমু প্রশ্ন: (প্রতিটো প্ৰশ্নৰ মূল্যাংক ১)

১। 'কাঠমিস্ত্রী'ৰ ঘৰ কবিতাটো কিমান চনত ৰচিত?

উত্তৰঃ 'কাঠমিস্ত্রী'ৰ ঘৰ কবিতাটো ১৯৩৯ চনত ৰচিত।

২। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম হʼল- 'অভিযান'।

৩। কবিতাটিত 'প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে' বুলি কিহৰ কথা কোৱা হৈছে?

উত্তৰঃ কবিতাটিত 'প্ৰৱাল দ্বীপৰ শৃঙ্গৰ দৰে' বুলি কাঠমিস্ত্ৰীৱে সজা আচবাবৰ কথা কোৱা হৈছে।

8। কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী কোন?

উত্তৰঃ কবিতাটিত উল্লেখ থকা বিশ্বশিল্পী হৈছে কাঠমিস্ত্ৰী।

৫। কাঠমিস্ত্রীয়ে নিজৰ অধিকাৰ কেনেকৈ সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰঃ কাঠমিস্ত্রীয়ে নিজৰ অধিকাৰ নিজ বাহুবলে সাব্যস্ত কৰিব লাগিব বুলি কবিতাটিত কোৱা হৈছে।

(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)

১। কবিতাটিত উল্লেখ থকা কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখা।

উত্তৰঃ কবিতাটিত উল্লেখ থকা কাঠমিস্ত্রীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম হ'ল- ৰাণ্ডা আৰু বটালি।

২। 'কাঠমিস্ত্ৰীৰ ঘৰ' কবিতাটিৰ বিষয়ে নৱকান্ত বৰুৱাই কি কৈছিল?

উত্তৰঃ 

৩। কাঠমিস্ত্রীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা।

উত্তৰঃ কাঠমিস্ত্রীয়ে সজা কেইবিধমান আচবাবৰ নাম হৈছে- টেবুল, চেয়াৰ, আলনা, ড্ৰয়াৰ, আলমাৰি আৰু টিপয় চাহৰ।

8। কাঠমিস্ত্রীয়ে কাৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে?

উত্তৰঃ কাঠমিস্ত্রীয়ে সমাজৰ ধনী শ্ৰেণী অৰ্থাৎ অৰ্থনৈতিক ভাৱে সচল মানুহৰ বাবে কাম কৰে বুলি কবিতাটিত কোৱা হৈছে।

৫। কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কাক কাক নিজৰ অধিকাৰ কাঢ়ি ল'বলৈ কৈছে?

উত্তৰঃ কবিয়ে কাঠমিস্ত্ৰীৰ লগতে আৰু কহাৰ, কমাৰ আদিকো  অধিকাৰ কাঢ়ি ল'বলৈ কৈছে।

(গ) দীঘল প্রশ্ন: (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ জীৱন আৰু কৰ্মৰ চমু পৰিচয় দিয়া।

উত্তৰঃ 

Comments