Skip to main content

Featured

চিঠি || Class 12 Assamese Chapter 6 All Questions and Answers || চিঠি পাঠটোৰ সকলো প্ৰশ্ন আৰু উত্তৰ ||

 চিঠি


লেখক- শীলভদ্ৰ

আৰ্হি প্ৰশ্ন ঃ

(ক) অতি চমু প্ৰশ্ন ঃ

১। 'চিঠি' গল্পটো শীলভদ্ৰৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে?

উত্তৰঃ 'চিঠি' গল্পটো শীলভদ্ৰৰ 'চিঠি আৰু অন্যান্য গল্প' সংকলনৰ পৰা লোৱা হৈছে।

২। শীলভদ্রই কোনখন গ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

উত্তৰঃ শীলভদ্রই 'মধুপুৰ বহুদূৰ' গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।

৩। কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কবি আছিল?

উত্তৰঃ ভূদেৱ চৌধুৰীয়ে তেওঁৰ সহধৰ্মিণী আৰু তেওঁৰ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কবি আছিল।

৪। প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল?

উত্তৰঃ প্রশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্ৰশান্ত শৰ্মাৰ ভতিজা লʼৰাজনে দিছিল।

৫। ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল?

উত্তৰঃ ভূদেৱ চৌধুৰী টিংখঙলৈ গৈছিল তেওঁৰ পত্নী চিঠি আনিবলৈ।

(খ) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক- ২ অথবা ৩)

১। 'চিঠি' গল্পটোত ভূদেৱ চৌধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে?

উত্তৰঃ 'চিঠি' গল্পটোত ভূদেৱ চৌধুৰীয়ে তেওঁৰ পত্নী আৰু তেওঁৰ বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে।

২। শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম লিখা। 

উত্তৰঃ শীলভদ্রই লাভ কৰা দুটা বঁটাৰ নাম হ'ল- সাহিত্য অকাডেমি বঁটা আৰু অসম উপত্যকা সাহিত্য বঁটা।

৩। ভূদেৱ চৌধুৰীয়ে প্রশান্ত শর্মালৈ কিয় চিঠি লিখিছিল? 

উত্তৰঃ 

৪। কাৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেওঁৰ চিঠি কিয় মূল্যবান?

উত্তৰঃ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্রমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে।

        

৫। বর্তমান সময়ত চিঠিৰ প্রাসঙ্গিকতা কিয় কমি গ'ল? 

উত্তৰঃ 

(গ) দীঘল প্রশ্ন। (প্রতিটো প্রশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। শীলভদ্ৰৰ সাহিত্য-কৃতিৰ চমু পৰিচয় দিয়া।

উত্তৰঃ 

২। 'চিঠি' চুটিগল্পটিৰ কাহিনীভাগ চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা।

উত্তৰঃ 

৩। ভূদেৱ চৌধুৰীৰ চিঠিখনে প্রশান্ত শৰ্মাৰ ঘৰত কেনে প্রতিক্ৰিয়াৰ সৃষ্টি কৰিছিল?

উত্তৰঃ 

৪। আপোনজনৰপৰা চিঠি পোৱা আৰু আপোনজনৰ চিঠিৰ বাবে অপেক্ষা কৰি থকাৰ মধুৰতাখিনি গল্পটোত কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ 

৫। চিঠি' গল্পটিৰ নামকৰণৰ সাৰ্থকতা বিচাৰ কৰা।

উত্তৰঃ 

Comments