Skip to main content

Featured

Class 12 Assamese Chapter 6 (Poem) All Questions and Answers | Class 12 Assamese Chapter 6 (Poem) All Questions and Answers AHSEC | আঘোণৰ কুঁৱলী কবিতাটোৰ সকলো প্ৰশ্ন আৰু উত্তৰ

আঘোণৰ কুঁৱলী 

আর্হি প্রশ্ন:

(ক) অতি চমু প্রশ্ন: (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ১)

১। কবি কেশৱ মহন্তই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?

 উত্তৰঃ কবি কেশৱ মহন্তই 'মোৰ যে কিমান হেঁপাহ' কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল। 

২। কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা।

উত্তৰঃ 'মোৰ যে কিমান হেঁপাহ' কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথি।

৩। 'পছোৱা' আলোচনী কোনগৰাকী সাহিত্যিকে সম্পাদনা কৰিছিল?

উত্তৰঃ 'পছোৱা' আলোচনী হেম বৰুৱাদেৱে সম্পাদনা কৰিছিল।

8। কেশৱ মহন্তই কোনখন আলোচনীত প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰিছিল?

উত্তৰঃ কেশৱ মহন্তই 'জয়ন্তী' আলোচনীত  প্রথমতে কবি হিচাপে আত্মপ্রকাশ কৰিছিল।

৫। 'আঘোণৰ কুঁৱলী' শীর্ষক কবিতাটিত উল্লেখ থকা 'সেউতী' কোন?

উত্তৰঃ 'আঘোণৰ কুঁৱলী' শীর্ষক কবিতাটিত উল্লেখ থকা 'সেউতী' হʼল কবিৰ প্ৰেয়সী বা প্ৰেমিকা।

(খ) চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ২ অথবা ৩)

১। 'জয়ন্তী'ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ 'জয়ন্তী'ৰ কবিসকলৰ কবিতাৰ দুটা বৈশিষ্ট্য হ'ল-

(ক) জয়ন্তী-গোষ্ঠীৰ কবিসকল আকৰ্ষিত হয় সাম্যবাদী ভাৱধাৰাৰ প্ৰতি।

(খ) এই কবিসকলে প্ৰধানতঃ কৃষক, শ্ৰমিক আদি সাধাৰণ শ্ৰেণীৰ জনতাৰ সুখ-দুখ আৰু সংগ্ৰামৰ ছবি অংকন কৰে।

২। অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম লিখা।

উত্তৰঃ অসমীয়া কবিতাৰ আধুনিক যুগ সৃষ্টিত বিশেষ অৰিহণা যোগোৱা তিনিখন আলোচনীৰ নাম হ'ল- জয়ন্তী, পছোৱা আৰু ৰামধেনু।

৩। কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰঃ কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম হ'ল- 'আমাৰ পৃথিৱী' আৰু 'আগন্তুক'।

৪। 'আঘোণৰ পথাৰত কাম আৰু কাম।'- কবিয়ে আঘোণৰ পথাৰত থকা কি 'কাম'ৰ বিষয়ে ইংগিত কৰিছে? 

উত্তৰঃ 

৫। 'উৰুলি' আৰু 'ৰাগি' শব্দ দুটাৰ অৰ্থ লিখা।

উত্তৰঃ 'উৰুলি' শব্দৰ অৰ্থ হ'ল- শুভ কাৰ্যত তিৰোতাসকলে কৰা ধ্বনি বিশেষ আৰু 'ৰাগি' শব্দৰ অৰ্থ হ'ল- নিচা বা মাদকতা।

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। আঘোণৰ কুঁৱলীয়ে কবিক কিদৰে আমনি কৰিছে বুজাই লিখা।

উত্তৰঃ 

২। আঘোণৰ পথাৰৰ মন পৰশা চিত্র 'আঘোণৰ কুঁৱলী'ত কেনেদৰে প্রকাশ পাইছে আলোচনা কৰা।

উত্তৰঃ 

৩। 'আঘোণৰ কুঁৱলী' শীর্ষক কবিতাটিত সহজ-সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা।

উত্তৰঃ 

৪। 'আঘোণৰ কুঁৱলী'ত কবিৰ অন্তৰৰ বিষাদবোধ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।

উত্তৰঃ 

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।

(ক) আঘোণৰ পথাৰৰ দাৱনীৰ কাম আছে

মুঠি মুঠি কাচি ডাঙৰি ডাঙৰি, 

কাম আছে, 

আঘোণৰ পথাৰত কাম আৰু কাম।


(খ) আঘোণৰ আকাশতে উৰুলিৰ ৰাগি আছে,

ৰাগি আছে,

আঘোণৰ আকাশত ৰাগি আৰু ৰাগি।

উত্তৰঃ 

(গ) আঘোণৰ কুঁৱলীত ধাননি লুকালে

আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে

আঘোণৰ কুঁৱলীতে সেউতী হেৰালে 

ডাঙৰি বান্ধিম বুলি তৰা-জৰী তোলাতে থাকিল.......

উত্তৰঃ 

Comments