Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা | Class 12 Assamese Chapter 7 All Questions and Answers | Class 12 Assamese Chapter 7 All Questions and Answers AHSEC
অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা

(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক - ১)
১। জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী' কথাছবিৰ কাহিনীৰ উৎস কি?
উত্তৰঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ 'জয়মতী কুঁৱৰী' জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী' কথাছবিৰ কাহিনীৰ উৎস।
২। জ্যোতিপ্ৰসাদ আগৰৱালাই কোনখন দেশত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল?
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল।
৩। 'চিত্রবন ষ্টুডিঅ' কোনে নির্মাণ কৰিছিল?
উত্তৰঃ 'চিত্রবন ষ্টুডিঅ' ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই নির্মাণ কৰিছিল।
৪। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম লিখা।
উত্তৰঃ লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম হ'ল- নিমিলা অংক।
৫। লতা মংগেছকাৰে গীতত কণ্ঠদান কৰা অসমীয়া কথাছবি এখনৰ নাম লিখা।
উত্তৰঃ এৰা বাটৰ সুৰ নামৰ অসমীয়া কথাছবিত লতা মংগেছকাৰে কণ্ঠদান কৰিছিল।
(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)
১। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম লিখা।
উত্তৰঃ জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নাম হৈছে- 'জয়মতী' আৰু 'ইন্দ্ৰমালতী'।
২। এই কথাছবিকেইখনৰ পৰিচালকৰ নাম লিখা এৰা বাটৰ সুৰ, ডাঃ বেজবৰুৱা, গঙা চিলনীৰ পাখি।
উত্তৰঃ কথাছবি - পৰিচালক
এৰা বাটৰ সুৰ - ড° ভূপেন হাজৰিকা
ডাঃ বেজবৰুৱা - ব্ৰজেন বৰুৱা
গঙা চিলনীৰ পাখি - পদুম বৰুৱা
৩। ভবেন্দ্র নাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম লিখা।
উত্তৰঃ ভবেন্দ্র নাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম হৈছে- 'সন্ধ্যাৰাগ', 'সাৰথি' আৰু 'ইতিহাস'।
৪। জয়মতী, চিৰাজ, সতী বেউলা--- এই কথাছবি কেইখনৰ সংগীত পৰিচালক কেইজনৰ নাম লিখা।
উত্তৰঃ কথাছবি - সংগীত পৰিচালক
জয়মতী - জ্যোতিপ্ৰসাদ আগৰৱালাৰ
চিৰাজ - বিষ্ণুপ্ৰসাদ ৰাভা
সতী বেউলা - ড° ভূপেন হাজৰিকা
৫। অসম চৰকাৰে অসমীয়া চিনেমা-শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে?
উত্তৰঃ
(গ) দীঘল প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। অসমীয়া চলচ্চিত্র শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পর্কে আলোচনা কৰা।
উত্তৰঃ
২। অসমীয়া চলচ্চিত্র শিল্পলৈ ভূপেন হাজৰিকাৰ অৱদান সম্পর্কে আলোচনা কৰা।
উত্তৰঃ
৩। ভবেন্দ্র নাথ শইকীয়া আৰু জাহ্নু বৰুৱাই অসমীয়া চিনেমালৈ আগবঢ়োৱা অৱদান সম্পর্কে লিখা।
উত্তৰঃ
৪। অসমীয়া বিনোদনধর্মী ছবিৰ বিষয়ে এটি টোকা প্রস্তুত কৰা।
উত্তৰঃ
৫। অসমীয়া চলচ্চিত্রই লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি সম্পর্কে আলোচনা কৰা।
উত্তৰঃ
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment