Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
উভতি নহাৰ কবিতা || Class 12 Assamese Chapter 7 (Poem) All Questions and Answers|| উভতি নহাৰ কবিতাটোৰ সকলো প্ৰশ্ন আৰু উত্তৰ
উভতি নহাৰ কবিতা
আর্হি প্রশ্ন:
(ক) অতি চমু প্রশ্ন: (প্রতিটো প্ৰশ্নৰ মূল্যাংক ১)
১। 'উভতি নহাৰ কবিতা' পাঠটি ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ 'উভতি নহাৰ কবিতা' পাঠটি 'দলঙত তামীঘৰা' নামৰ কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে।
২। কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ 'ককাদেউতাৰ হাড়' উপন্যাসখনৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল।
৩। ৰোমাণ্টিক কবিতা আৰু আধুনিক কবিতাৰ এটি পার্থক্য লিখা।
উত্তৰঃ
8। 'উভতি নহাৰ কবিতা' কোন শ্ৰেণীৰ কবিতা?
উত্তৰঃ 'উভতি নহাৰ কবিতা' আধুনিক শ্ৰেণীৰ কবিতা।
৫। 'তামীঘৰা' শব্দটিৰ অর্থ লিখা।
উত্তৰঃ 'তামীঘৰা' শব্দটিৰ অর্থ হʼল- তম্বু।
(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)
১। নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম হ'ল- 'ৰাৱণ', 'ৰত্নাকৰ' আৰু 'সম্ৰাট'।
২। নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম হ'ল- 'ককাদেউতাৰ হাড়', 'কপিলীপৰীয়া সাধু' আৰু 'গৰমা-কুঁৱৰী।
৩। নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্রন্থৰ নাম লিখা।
উত্তৰঃ নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্রন্থৰ নাম হ'ল- 'আখৰৰ জখলা' আৰু 'ভত উঠাৰে ভু'।
8। কবিৰ বাবে জীয়াই থকাৰ মন্ত্র কি? 'জীয়াই থকাৰ ধেমালিটো' কবিয়ে কেইবাৰ খেলিছে?
উত্তৰঃ যন্ত্ৰণা হʼল কবিৰ বাবে জীয়াই থকাৰ মন্ত্র। 'জীয়াই থকাৰ ধেমালিটো' কবিয়ে এবাৰেই খেলিছে।
৫। কবিৰ মতে পৃথিৱীলৈ 'নতুন মানুহ' আহিলে কি পৰিৱৰ্তন হ'ব।
উত্তৰঃ
(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
১। কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা।
উত্তৰঃ
২। "উভতি নহাৰ কবিতা'টিৰ মূলভাব লিখা।
উত্তৰঃ
৩। কবিয়ে নতুন দিনত তেওঁৰ একো চিন নাথাকিব বুলি কিয় ভাবিছে, বুজাই লিখা।
উত্তৰঃ
8। 'উভতি নহাৰ কবিতা'ত পৃথিবীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্রকাশ পাইছে বুজাই লিখা।
উত্তৰঃ
৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।
(ক) যন্ত্রণা মোৰ জীয়াৰ মন্ত্র
সেই মন্ত্রকে গালোঁ
জীয়াই থকাৰ ধেমালিটো মই
এবাবেই খেলি গ'লোঁ।
উত্তৰঃ
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment