Skip to main content

Featured

বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ | Class 12 Assamese Chapter 8 All Questions and Answers | Class 12 Assamese Chapter 8 All Questions and Answers AHSEC

 বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ

১। 'বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ' প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?

উত্তৰঃ 'বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ' প্ৰবন্ধটো লেখকৰ বৈজ্ঞানিক মন 'বৈজ্ঞানিক মানসিকতা' নামৰ গ্ৰন্থৰ পৰা লোৱা হৈছে।

২। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?

উত্তৰঃ বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হ'ল- বসন্ত ৰোগ এবিধ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগহে।

৩। আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয়?

উত্তৰঃ আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক বিজ্ঞান বুলি কোৱা হয়।

৪। যাদু-মন্ত্ৰ বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?

উত্তৰঃ যাদু-মন্ত্ৰ বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি।

৫। ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা।

উত্তৰঃ  ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম হ'ল- 'দৃষ্টি'।

(খ) চমু প্রশ্নঃ (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)

১। 'সপোনত পোৱা ঔষধ' ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত?

উত্তৰঃ 

২। বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি? 

উত্তৰঃ 

৩। মুকলি মন মানে কি?

উত্তৰঃ 

৪। ভূত-প্রেত, দেবতা-অপদেৱতা আদিৰ বাওর ভিত্তি আছে নে?

উত্তৰঃ 

৫। আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল?

উত্তৰঃ 

(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)

১। 'আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যৱস্থাটোৱেই হ'ল বিজ্ঞান'-কথাষাৰ বুজাই লিখা।

উত্তৰঃ 

২। বৈজ্ঞানিক মানসিকতা মানে কি? বুজাই লিখা। 18

উত্তৰঃ 

৩। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায়?

উত্তৰঃ 

৪। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা 'বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।

উত্তৰঃ 

৫। বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বর্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা।

উত্তৰঃ 

Comments