Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
বিশ্বখনিকৰ || Class 12 Assamese Poem Chapter 2 All Questions and Answers ||
বিশ্বখনিকৰ

আর্হি প্রশ্ন:
(ক) অতি চমু প্রশ্নঃ (প্রতিটো প্রশ্নৰ মূল্যাংক - ১)
১। অসমীয়া সাহিত্যত 'জ্ঞানমালিনীৰ কবি' হিচাপে কোনগৰাকী কবি জনাজাত?
উত্তৰঃ অসমীয়া সাহিত্যত 'জ্ঞানমালিনীৰ কবি' হিচাপে মফিজুদ্দিন আহমদ হাজৰিকা জনা যায়।
২। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্রকাশিত কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্রকাশিত কবিতা পুথিখনৰ নাম হ'ল- 'তত্ত্ব-পাৰিজাত।
৩। 'বিশ্বখনিকৰ' বুলি লেখকে কাৰ কথা কৈছে?
উত্তৰঃ 'বিশ্বখনিকৰ' বুলি লেখকে এই ত্ৰিজগতৰ সৃষ্টি কৰোঁতা ঈশ্বৰৰ কথা কৈছে।
8। 'বিশ্বখনিকৰ' কোন শ্ৰেণীৰ কবিতা?
উত্তৰঃ 'বিশ্বখনিকৰ' আধ্যাত্মিক শ্ৰেণীৰ কবিতা।
৫। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকা জোনাকী যুগৰ কবি।
(খ) চমু প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ২ অথবা ৩)
১। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হʼল-
(ক) মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ বিষয় আৰু ছন্দৰীতি অলপ সুকীয়া।
(খ) সহজ-সৰল ঘৰুৱা ভাষাৰ যোগেদি সহজবোধ্য ৰূপকৰ সহায়ত আধ্যাত্মিক তত্ত্ব প্ৰকাশ।
২। কবিয়ে ঈশ্বৰক কিয় 'বিশ্বখনিকৰ' বুলি অভিহিত কৰিছে?
উত্তৰঃ
৩। সত্ত্বঃ, বজঃ, তমো গুণ কি বুজাই লিখা।
উত্তৰঃ
৪। মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।
উত্তৰঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম হ'ল- জ্ঞানমালিনী আৰু তত্ত্ব-পাৰিজাত।
৫। কবিয়ে 'বিশ্বখনিকৰ'ক কিয় সর্ব-ব্যাপী সর্ব শক্তিমান বুলি আখ্যা দিছে?
উত্তৰঃ
(গ) দীঘল প্রশ্নঃ (প্রতিটো প্ৰশ্নৰ মূল্যাংক ৪ অথবা ৫)
২। বিশ্বখনিকৰ' কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্রকাশ কৰিব বিচাৰিছে?
উত্তৰঃ
২।'সকলোতে আছে তেওঁ
কিন্তু নেদেখে কেও
ওৰণিৰে মুখ ঢাকি থাকে ওচৰত।' - এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখা।
উত্তৰঃ
৩। 'বিশ্বখনিকৰ' কবিতাটিৰ মূলভাব লিখা। (09.23)
উত্তৰঃ
৪। 'বিশ্বখনিকৰ' কবিতাটিত প্রকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া।
উত্তৰঃ
৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা:
তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ
নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ।
উত্তৰঃ
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment