Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
অসম আমাৰ ৰূপহী | Class 5 Assamese Chapter 1 All Questions and Answers | Class 5 Assamese All Questions and Answers SCERT
অসম আমাৰ ৰূপহী

(ক) ড° ভূপেন হাজৰিকাই 'আই' বুলি কাক সম্বোধন কৰিছে?
উত্তৰঃ ড° ভূপেন হাজৰিকাই 'আই' অসমক সম্বোধন কৰিছে।
(খ) ড° ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে?
উত্তৰঃ ড° ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে।
(গ) শৰৎ নিশাই আইৰ কেশ কিহেৰে সজায়?
উত্তৰঃ শৰৎ নিশাই আইৰ কেশ তৰাৰে সদায়।
(ঘ) পাহাৰ-ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে?
উত্তৰঃ পাহাৰ-ভৈয়ামৰ মিলন সেতু অসমৰ ভাষাবোৰৰ মৰমে গঢ়ে।
(ঙ) ড° ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰিছে?
উত্তৰঃ ড° ভূপেন হাজৰিকাই নিজৰ মাতৃভূমি অসমত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰিছে।
(চ) এই গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই 'সূর্য উঠা দেশ' মানে কোনখন দেশক বুজাইছে?
উত্তৰঃ এই গীতটিত গীতিকাৰ ড° ভূপেন হাজৰিকাই 'সূর্য উঠা দেশ' মানে অসম দেশক বুজাইছে।
(ছ) গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে?
উত্তৰঃ গীতিকাৰ ড° ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে ৰসাল মাটি নোপোৱাৰ কথা কৈছে।
* ড° ভূপেন হাজৰিকাই অসমৰ পৰিৱেশ কেনেকুৱা বুলি কৈছে লিখা।
উত্তৰঃ
দলত আলোচনা কৰি বহলাই লিখা।
(ক) ৰামধনু কি আৰু ৰামধনুৰ দৰে পাহাৰ-ভৈয়াম একে কৰা মানে কি?
উত্তৰঃ
(খ) লৌহিত্য মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে?
উত্তৰঃ
উত্তৰ দিয়া।
(ক) গীতটিত 'ম' আখৰটো ২০ বাৰ ব্যৱহাৰ হৈছে। ‘ৰ' আখৰটো কেইবাৰ ব্যৱহাৰ হৈছে?
উত্তৰঃ
(খ) গীতটিত '।' কাৰ (স্বৰ) চিনটো ৪০ বাৰ ব্যৱহাৰ হৈছে। ইয়াত কোনটো কাৰ (স্বৰ) চিন এবাৰো ব্যৱহাৰ হোৱা নাই?
উত্তৰঃ
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment