Skip to main content

Featured

অমলপ্ৰভা দাস | Class 5 Assamese Chapter 11 All Questions and Answers | Class 5 Assamese Chapter 11 All Questions and Answers SCERT |

 অমলপ্ৰভা দাস

১। পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া।

(ক) অমলপ্রভা দাসৰ পিতৃ আৰু মাতৃ কোন আছিল?

উত্তৰঃ অমলপ্রভা দাসৰ পিতৃ নাম ৰাতিৰাম মজুমদাৰ আৰু মাতৃৰ নাম গংগা পুৰীয়া মজুমদাৰ।

(খ) অমলপ্রভা দাসে কেতিয়াৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল?

উত্তৰঃ অমলপ্রভা দাসে ১০ বছৰৰ বয়সৰ পৰা সূতা কাটিবলৈ আৰম্ভ কৰিছিল।

(গ) তেখেতে শৰণীয়া পাহাৰত কি কি উদ্যোগ পাতিছিল?

উত্তৰঃ তেখেতে শৰণীয়া পাহাৰত স্থাপন কৰা উদ্যোগবোৰ হ'ল- তেলপেৰা, কাগজ তৈয়াৰ কৰা, চাবোন তৈয়াৰ কৰা, 

(ঘ) এই উদ্যোগবোৰে দেশবাসীক কেনেকৈ সহায় কৰিব বুলি তেখেতে ভাবিছিল?

উত্তৰঃ 

(ঙ) চৰকাৰে অমলপ্রভা দাসক কি সন্মান দিবলৈ বিচাৰিছিল?

উত্তৰঃ 

২। তলৰ কথাখিনি কোনে, কাক, কিয়, কৈছিল কোৱা আৰু লিখা।

'মই সামান্যভাবে যিকণ সেৱা আগবঢ়াইছোঁ, তাক সম্মানিত কৰাৰ বাবে অন্তৰৰ কৃতজ্ঞতা জনাইছোঁ। কিন্তু মই এই সম্মান ল'ব নোৱাৰিম, কিয়নো ই মোৰ মনলৈ অহংকাৰ ভাব আনি দিব। তাৰ বাবে মোক অনুগ্রহ কৰি মার্জনা কৰে যেন।'

৩। এটা শব্দত প্রকাশ কৰোঁ আহা

(ক) সমাজ সেৱা কৰা লোক

(খ) দেশক ভালপোৱা মানুহ

(গ) বিপ্লৱ কৰোঁতাজন

(ঘ) দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক

(ঙ) নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক

উত্তৰঃ (ক) সমাজ সেৱা কৰা লোক- সমাজসেৱক 

(খ) দেশক ভালপোৱা মানুহ- দেশপ্ৰেমী

(গ) বিপ্লৱ কৰোঁতাজন- বিপ্লৱী 

(ঘ) দেশৰ কাৰণে মৃত্যুবৰণ কৰা লোক- শ্বহীদ 

(ঙ) নিজৰ ওপৰত নিৰ্ভৰ কৰা লোক- স্বনিৰ্ভৰশীল 

৪। উত্তৰ দিয়া।

(ক) চন্দ্ৰপ্রভা শইকীয়ানীৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ চন্দ্ৰপ্রভা শইকীয়ানীৰ জন্ম হৈছিল বজালীৰ দৈশিঙৰি গাঁৱত ১৯০১ চনৰ ১৬ মাৰ্চত।

(খ) তেখেতে প্রাথমিক শিক্ষা কেনেকৈ লাভ কৰিছিল?

উত্তৰঃ তেখেতে মাহীয়েকৰ ঘৰত থাকি প্রাথমিক শিক্ষা লাভ কৰিছিল।

(গ) চন্দ্রপ্রভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে কি কৰিছিল?

উত্তৰঃ চন্দ্রপ্রভা শইকীয়ানীয়ে নিজৰ গাঁৱৰ ছোৱালীবিলাকৰ বাবে এখন প্ৰাথমিক স্কুল আৰম্ভ কৰিছিল।

(ঘ) তেখেতক পুনৰ পঢ়া শুনা আৰম্ভ কৰাৰ বাবে কোনে সুবিধা কৰি দিছিল?

উত্তৰঃ 

(ঙ) তেখেতে নাৰীসকলৰ বাবে কি স্থাপন কৰিছিল?

উত্তৰঃ 

Comments