Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
আগতে নিজে নিকা হʼ | Class 5 Assamese Chapter 12 All Questions and Answers | Class 5 Assamese Chapter 12 All Questions and Answers SCERT |
আগতে নিজে নিকা হʼ
১। উত্তৰ লিখা।
(ক) পদ্যটিৰ ৰচক কোন?
উত্তৰঃ পদ্যটিৰ ৰচক অম্বিকাগিৰী ৰায়চৌধুৰী।
(খ) কবিয়ে আনক ধোৱাৰ আগতে নিজকে কি হ'বলৈ কৈছে?
উত্তৰঃ কবিয়ে আনক ধোৱাৰ আগতে নিজকে নিকা হ'বলৈ কৈছে।
(গ) কবিৰ মতে নিজক নিকা কৰিবলৈ হ'লে কি কি কৰিব লাগে?
উত্তৰঃ কবিৰ মতে নিজক নিকা কৰিবলৈ হ'লে নিজৰ হিয়াৰ মনৰ মলি ধুই পখালি লʼব লাগে।
(ঘ) কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে কি কৰিব লাগে?
উত্তৰঃ কবিৰ মতে আনক সঁচা কথা ক'বলৈ উপদেশ দিয়াৰ আগতে নিজে সঁচা কথা ক'ব লাগে।
২। তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধানত চাই শিকোঁ আহা
নিকা
পখালি
দৃঢ়তা
আত্মিক
৩। কবিৰ মতে জীৱনত কেনেকৈ ধন-সোণ জমা কৰিব পাৰি লিখা।
৪। পদ্যকেইফাকি বুজাই লিখা।
(ক) নিজৰ হিয়া-মনৰ মলি ধুই পখালি ল'-
উত্তৰঃ
(খ) আনক কোৱাৰ আগখিনিতে নিজে সঁচা ক'
উত্তৰঃ
৫। তলৰ শব্দবোৰৰ বিপৰীত অর্থ বুজোৱা শব্দ লিখা।
সত্য
নিজৰ
জমা
আত্মীয়
নিকা
উত্তৰঃ সত্য- অসত্য
নিজৰ- আনৰ
জমা- খৰছ
আত্মীয়-
নিকা-
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment