Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
ওজা-পালি | Class 5 Assamese Chapter 13 All Questions and Answers | Class 5 Assamese Chapter 13 All Questions and Answers SCERT |
ওজা-পালি
১। উত্তৰ দিয়া।
(ক) ওজা-পালি কি?
উত্তৰঃ ওজা-পালি এটি লোক-নাট্য অনুষ্ঠান।
(খ) ওজা-পালিৰ মুখ্য পালিজনক কি বোলা হয়?
উত্তৰঃ ওজা-পালিৰ মুখ্য পালিজনক ওজা বোলে।
(গ) ওজাৰ লগত কোন কোন থাকে?
উত্তৰঃ ওজাৰ লগত পাঁচ-ছয়জনমান পালি থাকে।
(ঘ) ওজা-পালিৰ প্ৰকাৰবোৰ কি কি?
উত্তৰঃ ওজা-পালিৰ প্ৰকাৰবোৰ হʼল- সুকনান্নী বা সুনাৰায়ণী গোৱা ওজা-পালি, বিয়াহৰ বা ব্যাস গোৱা ওজা-পালি, ভাইৰা বা ভাৱৰীয়া বা ৰামায়ণ গোৱা ওজা-পালি, বৈষ্ণৱী ওজা, তুকুৰীয়া ওজা, আপী ওজা আদি।
(ঙ) ওজা-পালি ক'ত ক'ত পৰিৱেশন কৰা দেখা যায়?
উত্তৰঃ ওজা-পালি উৎসৱ-পাৰ্বণ, পূজা, সবাহ আদিত পৰিৱেশন কৰা দেখা যায়।
২। চমু উত্তৰ দিয়া।
(ক) ওজা-পালিয়ে পৰিধান কৰা সাজ-পাৰ কেনেকুৱা?
উত্তৰঃ ওজা-পালিয়ে পৰিধান কৰা সাজ-পাৰ অতি সাধাৰণ। সকলো সদস্যই চুৰিয়া-চোলা পিন্ধে আৰু ডিঙিত চেলেং লয়। ওজাই মূৰত পাগুৰি মাৰে আৰু পালিসকলে সোহাঁতত একোযোৰ খুঁটি-তাল মেৰিয়াই লয়।
(খ) ওজা-পালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ ক'ৰ ক'ৰ পৰা লোৱা হয়?
উত্তৰঃ ওজা-পালিত ওজাই গোৱা গীতসমূহৰ কাহিনীভাগ বেদ, পুৰাণ, ৰামায়ণ আৰু মহাভাৰত আদিৰ পৰা লোৱা হয়।
(গ) ডাইনা-পালিজনৰ প্ৰধান কাম কি কি?
উত্তৰঃ ডাইনা-পালিজনৰ প্ৰধানকৈ সুৰসিক । তেওঁ পালিসকলৰ লগত গীত গোৱাৰ উপৰি ধেমেলীয়া কথাৰ অৱতাৰণা কৰি হাস্যৰসৰ সৃষ্টি কৰে। তেওঁ সময়ে সময়ে ওজাৰ সৈতে কথোপকথনত ভাগ লয় আৰু আখ্যানৰ জটিল কথাবোৰ ঘৰুৱাভাৱে দৰ্শকৰ আগত দাঙি ধৰে।
(ঘ) অনুষ্ঠান পৰিৱেশন কৰোঁতে কোনে কি দায়িত্ব পালন কৰে?
উত্তৰঃ
(ঙ) মহাপুৰুষ শংকৰদেৱে কিহৰ কাৰণে ওজা-পালিৰ সহায় লৈছিল?
উত্তৰঃ মহাপুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ অৰ্থে মাজে সময়ে ওজাপালিৰ সহায় লৈছিল।
৩। শব্দৰ লগত অর্থ মিলাও আহা-
শব্দ অর্থ
দোহাৰে লৰাই
সৌষ্ঠৱ আকর্ষিত
দোলাই বুজিব পৰা
আকৃষ্ট সৌন্দর্য
বোধগম্য পুনৰ গায়
উত্তৰঃ শব্দ অর্থ
দোহাৰে পুনৰ গায়
সৌষ্ঠৱ সৌন্দর্য
দোলাই লৰাই
আকৃষ্ট আকর্ষিত
বোধগম্য বুজিব পৰা
৪। খালী ঠাই পূৰ কৰা।
ওজা-পালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ'ল___________________ । ওজাই আখ্যানৰ__________________ লগাই দিয়ে। পালিসকলে সেই দিহা_______________ দোহাৰে।_______ৰসাল কথাৰে লোক-সমাজক আকৃষ্ট কৰে।
উত্তৰঃ ওজা-পালি অনুষ্ঠানৰ মুখ্য পৰিচালকজন হ'ল ওজা। ওজাই আখ্যানৰ__________________ লগাই দিয়ে। পালিসকলে সেই দিহা_______________ দোহাৰে।_______ৰসাল কথাৰে লোক-সমাজক আকৃষ্ট কৰে।
৫। উদাহৰণত দেখুওৱাৰ দৰে শব্দ গঠন কৰা।
উদাহৰণ- ঢোল => ঢুলীয়া
ভাও => ভাৱৰীয়া
খোল =>
লগ =>
লোণ =>
বন =>
গোঁফ =>
কাষ =>
যোৰ =>
নাও =>
উত্তৰঃ ঢোল => ঢুলীয়া
ভাও => ভাৱৰীয়া
খোল => খোলীয়া
লগ => লগৰীয়া
লোণ => লোণলুণীয়া
বন => বনীয়া
গোঁফ => গোঁফীয়া
কাষ => কাষৰীয়া
যোৰ => যোৰযোৰীয়া
নাও => নাৱৰীয়া
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment