Skip to main content

Featured

সৰু ছোৱালী আৰু পখী | Class 5 Assamese Chapter 14 All Questions and Answers | Class 5 Assamese Chapter 14 All Questions and Answers SCERT |

 সৰু ছোৱালী আৰু পখী


১। উত্তৰ লিখা।

(ক) সৰু ছোৱালীয়ে পখীক কি কি দিব বুলি কৈছে?

• কোঁচ ভৰাই

• থাকিবলৈ

• খাবলৈ

উত্তৰঃ সৰু ছোৱালীয়ে পখীক কোঁচ ভৰাই ফুল, থাকিবলৈ সোণোৱালী বাহ আৰু খাবলৈ পকা পকা ফল দিব বুলি কৈছে।

(খ) সৰু ছোৱালীয়ে কিয় বাৰে বাৰে পখীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে?

উত্তৰঃ সৰু ছোৱালীয়ে বাৰে বাৰে পখীজনীক তেওঁৰ ওচৰলৈ আহিবলৈ কৈছে কাৰণ তেওঁ পখীক ভাল পাই আৰু পখী দেখি ৰয় যায়।

(গ) সৰু ছোৱালীয়ে কিয় পখীজনীক গীত গাবলৈ মাতিছে?

উত্তৰঃ সৰু ছোৱালীয়ে পখীজনীক গীত গাবলৈ মাতিছে কাৰণ পখীয়ে গীত গাব সুললিত আৰু তেওঁ এই গীত শুনি হৰষিত হʼব।

২। পদ্যটোত কবিয়ে কোৱা কথাখিনি নিজৰ কথাৰে লিখা।

উত্তৰঃ 

৩। তলত দিয়া শব্দৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা।

উদৰ, সাউৎকৰে, একেচিপে, সুললিত, হৰষিত

ততালিকৈ 

উত্তৰঃ 

অতিৰিক্ত প্ৰশ্ন 

১। সৰু ছোৱালী আৰু পখী কবিতাটিৰ কবি কোন?

উত্তৰঃ সৰু ছোৱালী আৰু পখী কবিতাটিৰ কবি ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ।

Comments