Skip to main content

Featured

অৰূপৰ আৱেদন | Class 5 Assamese Chapter 3 All Questions and Answers | Class 5 Assamese Chapter 3 All Questions and Answers SCERT |

 অৰূপৰ আৱেদন

১।উত্তৰ দিয়া।

(ক) অৰূপে কি কাৰণত কেইবাদিনো স্কুলত অনুপস্থিত আছিল?

উত্তৰঃ অৰূপৰ পেট-চলা ৰোগত ভোগাৰ বাবে কেইবাদিনো স্কুলত অনুপস্থিত আছিল।

(খ) অৰূপৰ পেট-চলা ৰোগ কিয় হৈছিল?

উত্তৰঃ অৰূপৰ পেট-চলা ৰোগ গাঁৱৰে এঘৰলৈ ভোজ খাবলৈ যোৱাৰ বাবে হৈছিল।

(গ) অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কি কৈছিল?

উত্তৰঃ অৰূপে দিয়া চিঠিখন পঢ়ি শিক্ষয়িত্ৰীগৰাকীয়ে কৈছিল- "অৰূপ তুমি লিখিতভাৱে জনোৱাৰ বাবে মই ভাল পাইছোঁ। কিন্তু এইখন তুমি মোলৈ লিখা চিঠিহে হৈছে।

(ঘ) আৱেদনক আৰু কি বুলি কয়?

উত্তৰঃ আৱেদনক 'দৰ্খাস্ত' বুলিও কয়।

(ঙ) অৰূপে পঢ়া স্কুলখনৰ নাম কি?

উত্তৰঃ অৰূপে পঢ়া স্কুলখনৰ নাম নৱজ্যোতি আদৰ্শ প্ৰাথমিক বিদ্যালয়।

(চ) অৰূপে কি বিচাৰি আৱেদন কৰিছিল?

উত্তৰঃ অৰূপে চুটিমঞ্জুৰীৰ বাবে আৱেদন কৰিছিল।

২। শব্দবোৰৰ অৰ্থ লিখোঁ আহা

ব্যস্ত

খতি পেট-চলা

ছুটী

মঞ্জুৰ

একান্ত

শৈলী

শিৰোনাম

তলৰ বাক্যবোৰৰ কাষত দুটাকৈ পদ দিয়া আছে। তাবে এটাহে বাক্যটোৰ লগত খাপ খায়। খাপ নোখোৱা পদটোত কটা 'X' চিন দিয়া। তাৰপাছত খাপ খোৱা পদটোৰে বাক্যটো পুনৰ লিখা।


উদাহৰণ- মণিকা কালি স্কুললৈ মণিকা কালি স্কুললৈ আহিছিল


আহিব


আহিছিল


(ক) মই কাইলৈ গুৱাহাটীলৈ              যাম|গৈছিলোঁ।


(খ) সৌৱা, চৰাইবোৰ আকাশত      উৰিছে|উৰিছিল


(গ) যোৱাবেলি আমাৰ ইয়াত বানপানী  হ'ব|হৈছিল।


(ঘ) আহা, আমি ঘৰলৈ               যাওঁ|গৈছিলোঁ।


(ঙ) মই কিতাপ।            পঢ়োঁ|পঢ়ে।

(চ) তুমি কি                কৰিছে|কৰিছা?

(ছ) তেওঁ ধান               দাইছা|দাইছে।

(জ) আমি ছবি           আঁকিছিলোঁ|আকিছিল।


(ঝ) তোমালোকে গীত

গাইছিল গাইছিলা


(ঞ) তেওঁলোকে বল


খেলিছিল


খেলিছিলা


(ট) দেউতা আজি আহি


পাম


পাব


1


(ঠ) সিহঁতে কাইলৈ চিনেমা


চাব


চাম


(ড) আমি বৰশী


বাম


বাব

তলৰ খালী ঠাইবোৰ ক্ৰিয়াপদেৰে পূৰোৱা।


(ক) যোৱাবেলি আমি বনভোজ খাবলৈ


আমাৰ লগত ছাৰ-বাইদেউসকলো


বাটত তেখেতসকলে আমাক বৰ ভাল ভাল কথা 1


মাজে মাজে আমি গান শুনি 1 স্ফূর্তি, আৰু কৌতুক


অল


(খ) পছোৱা বতাহ বলিছে। সৌৱা পথাৰত এজাক গৰখীয়া ল'ৰাই খেলি । তেওঁলোকৰ কেইজনমানে হাউ গুদু । আন কেইজনমানে চিলা -। এজনে আকৌ গছৰ তলত বহি বাঁহী -। আন এজনে আঁহতৰ পাতেৰে টুপী 1


(গ) মা কাইলৈ মামাহঁতৰ ঘৰলৈ । তাত তেওঁ কেই দিনমান -। মাহীদেউৰ বিয়াৰ পাছতহে উভতি । আহোঁতে মোলৈ লাৰু-পিঠা 1

Comments