Skip to main content

Featured

ফুলকোঁৱৰৰ গীত | Class 5 Assamese Chapter 7 All Questions and Answers | Class 5 Assamese Chapter 7 All Questions and Answers SCERT |

 ফুলকোঁৱৰৰ গীত

১। তলৰ শব্দবোৰৰ অৰ্থ গছৰ পাতৰ পৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা।

পৰিপাটি, শংখ, জোঙা অস্ত্র, আঙুলি বা হাতেৰে মৰা চেগা, চাঁচি এৰুওৱা পাতল কাঠ, এমুৰ-জোঙা চুটি খুঁটি

শব্দ                        অর্থ

টিপা                  ……………

শাল                   …………….

চলি                     ...………….

শূল                      ……….…….

দশা                      ..………....

শখা                     ...................

তমস্কাৰ   ‌‌              ..........………

উত্তৰঃ শব্দ                     অর্থ

       টিপা                   আঙুলি বা হাতেৰে ভৰা চেপা

       শাল                     চাঁচি এৰুওৱা পাতল কাঠ

       চলি                         এমূৰ-জোঙা চুটি খুঁটি

       শূল                               জোঙা অস্ত্র 

       দশা                               ভাগ্য/অৱস্থা

       শঁখা                                    শংখ

     তমস্কাৰ ‌‌                             পৰিপাটি 

২। উত্তৰ দিয়া।

(ক) ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল?

উত্তৰঃ ফুলকোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল।

(খ) ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ ক'ত পৰিছিল?

উত্তৰঃ ঘোঁৰাত উঠি গৈ ফুলকোঁৱৰ মালিনীৰ বাৰীত পৰিল।

(গ) ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে কেনেকৈ পালে?

উত্তৰঃ কাঠৰ পখী ঘোঁৰা জেউতি চৰি উৰি যাওঁতে ফুলকোঁৱৰে ছমাহৰ বাট এদিনতে পালে।

(ঘ) ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে?

উত্তৰঃ ফুলনিখনৰ ফুলবোৰ ফুলকোঁৱৰে ফুলালে।

৩। বুজাই লিখা।

(ক) ই বোলে মালিনী                 সি বোলে মালিনী

                         তোৰ দশা ভাল হ'ল,

গীতফাকিত "মালিনী” কাক বোলা হৈছে? মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে?

উত্তৰঃ গীতফাকিত "মালিনী” বুলি ফুল বাৰীৰ গৰাকীক কৈছে।

          মালিনীৰ দশা ভাল কাৰণ বাৰে বছৰীয়া শুকান ফুলৰ বাৰী ফুলি তমস্কাৰ হʼল।

(খ) ফুলকোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল?

উত্তৰঃ ফুলকোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখনৰ ফুলবোৰ ফুলি তমস্কাৰ হৈছিল।

(গ) শিপা ধৰাৰ পৰা কি কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল?

উত্তৰঃ শিপা ধৰাৰ পৰা পোখা মেলা 

(ঘ) বাৰ বছৰীয়া শুকান ফুলৰ বাৰীখন কেনেদৰে সলনি হ'ল?

উত্তৰঃ বাৰ বছৰীয়া শুকান ফুলৰ বাৰীখন ফুলকোঁৱৰৰ হাতৰ পৰশত ফুলি সলনি হʼল।

৪। 'ক' অংশৰ লগত 'খ' অংশ মিলাই লিখা।

ক অংশ                                 খ অংশ

(ক) জেউতি চৰিলে            ফুলৰে তিৰবিৰ্ দেখি।(খ) ফুলনি বাৰীত থাকোঁতে কোঁৱৰে সবেও পেলালে                                                                     কলি।

(গ) কাঠৰ পখী ঘোঁৰা এবি ফুলকোঁৱৰে      ইপাহি                                                                  সিপাহি লেখি,

(ঘ) তগৰ গুটিমালী          উৰি যাওঁ উৰি যাওঁ কৰিল,

(ঙ) কৰে হৰি হৰি                   সৱালৈ মাৰিলে শাল,

উত্তৰঃ ক অংশ                              খ অংশ

(ক) জেউতি চৰিলে  - উৰি যাওঁ উৰি যাওঁ কৰিল,          

(খ) ফুলনি বাৰীত থাকোঁতে কোঁৱৰে- ইপাহি সিপাহি লেখি, 

(গ) কাঠৰ পখী ঘোঁৰা এৰি ফুলকোঁৱৰে- সৱালৈ মাৰিলে শাল, 

(ঘ) তগৰ গুটিমালী- সবেও পেলালে কলি।

(ঙ) কৰে হৰি হৰি- ফুলৰে তিৰবিৰ্ দেখি।                   

৫। গীতটোৰ পৰা চন্দ্ৰবিন্দু (৩) থকা শব্দবোৰ বাছি উলিয়াই লিখা আৰু শুদ্ধকৈ উচ্চাৰণ কৰিবলৈ শিকা।

উত্তৰঃ ঘোঁৰা, যাওঁ, ফুলকোঁৱৰ, শঁখা, থাকোঁতে, কোঁৱৰে।

৬। শুদ্ধ শব্দ বহুৱাই তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰা।

(ক)....…………. সদায় স্কুললৈ যাওঁ (সি/মই)

(খ) ৰতনে সদায় ফুটবল..……… (খেলে/খেলিছিল)

(গ) গোলাপ ফুলপাহি…………. ৰঙা (ধকীয়া/টিকটিকিয়া)

উত্তৰঃ (ক) মই সদায় স্কুললৈ যাওঁ।

(খ) ৰতনে সদায় ফুটবল খেলে।

(গ) গোলাপ ফুলপাহি টিকটিকিয়া ৰঙা।

Comments