Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
Class 6 Mathematics Chapter 2 Exercise 2.1 All Questions and Answers | Class 6 Mathematics Chapter 2 Exercise 2.1 All Questions and Answers Assamese SCERT | Assam SCERT
কৰি চাওঁ আহা 2.1
1. কাগজ এখিলাত এটা বিন্দু চিহ্নিত কৰা। এই বিন্দুটোৰ মাজেদি কেইডাল ৰেখা অংকন কৰিব পাৰিবা? এইবাৰ কাগজখিলাত আন দুটা নির্দিষ্ট বিন্দু চিহ্নিত কৰি লোৱা। এই দুটা বিন্দুৰ মাজেদি যোৱাকৈ কেইডাল ৰেখা অংকন কৰিব পাৰিবা?
সমাধান: এটা বিন্দুৰ মাজদি অসংখ্য ৰেখা অংকন কৰিব পাৰি।
দুটা বিন্দুৰ মাজদি মাত্ৰ এডাল ৰেখা অংকন কৰিব পাৰি।
2. তলৰ চিত্রত দিয়া ৰেখাখণ্ডবোৰ চিনাক্ত কৰি নামকৰণ কৰা-
ওপৰৰ চিত্ৰত 6 টা বিন্দু চিহ্নিত কৰা আছে। ইয়াৰে কোনবোৰ বিন্দু মাত্র এডাল ৰেখাখণ্ডত আছে আৰু কোনবোৰ দুডাল ৰেখাখণ্ডত আছে বিচাৰি উলিওৱা।
সমাধান: এডাল ৰেখাত থকা বিন্দুবোৰ হʼল- P আৰু U
দুডাল ৰেখাত থকা বিন্দুবোৰ হʼল- Q, R, S আৰু T.
3. তলৰ চিত্ৰত দিয়া ৰশ্মিবোৰ চিনাক্ত কৰি নামকৰণ কৰা।

ইয়াত থকা সকলোবোৰ ৰশ্মিৰ আদিবিন্দু A হয়নে? যদি নহয়, আদিবিন্দু A নোহোৱা ৰশ্মি চিনাক্ত কৰা।
সমাধান: চিত্ৰত থকা ৰশ্মিবোৰ হʼল- EF ৰশ্মি, AE ৰশ্মি, AD ৰশ্মি, AC ৰশ্মি, AB ৰশ্মি.
ইয়াত থকা সকলোবোৰ ৰশ্মিৰ আদিবিন্দু A নহয়।
আদিবিন্দু A নোহোৱা ৰশ্মিবোৰ হʼল- EF ৰশ্মি।
4. তলৰ প্ৰত্যেকটোৰে এটাকৈ চিত্র অংকন কৰাঃ
(a) P বিন্দুত PQ ৰেখা আৰু PT ৰেখা মিলিত হৈছে।
সমাধান:

(b) 'O' বিন্দুত OA ৰেখা, OB ৰেখা আৰু OC ৰেখা মিলিত হৈছে।
সমাধান:

(c) AB আৰু CD য়ে P বিন্দুত কটাকটি কৰিছে।
সমাধান:

(d) PCত A আৰু B বিন্দু দুটা আছে, কিন্তু C বিন্দুটো নাই।
সমাধান:

(e) l ৰেখাত A আৰু B বিন্দু দুটা আছে, কিন্তু বিন্দুটো নাই।
সমাধান:

5. কাষৰ চিত্ৰটো চোৱা আৰু নামবোৰ লিখাঃ
(a) পাঁচটা বিন্দু
(b) চাৰিডাল ৰশ্মি
(c) পাঁচডাল ৰেখাখণ্ড

কাষৰ চিত্ৰত মাত্র এডাল বেখা আছে।। । এই বেখাডালক বাৰু কি কি ভিন্ন নামেৰে নামকৰণ কৰিব পাৰি?
সমাধান: (a) কাষৰ চিত্ৰত থকা পাঁচটা বিন্দু হʼল- O, A, B, C আৰু E.
(b) চাৰিডাল ৰশ্মি হʼল- OA ৰশ্মি, OB ৰশ্মি, OC ৰশ্মি, OE ৰশ্মি।
(c) পাঁচডাল ৰেখাখণ্ড হʼল- OA ৰেখাখণ্ড, OB ৰেখাখণ্ড, OC ৰেখাখণ্ড, OE ৰেখাখণ্ড আৰু EB ৰেখাখণ্ড।
6. কাষৰ চিত্ৰত OA এডাল ৰশ্মি। এই ৰশ্মিডাল P, Q আৰু R বিন্দুৰ মাজেৰে গৈছে।

(b) OAক AOবুলি ক'ব পাৰিনে? যদি নোৱাৰি, কিয়?
সমাধান: OA ক AO বুলি কোৱা নহয়। কাৰণ, O হৈছে ৰশ্মিডালৰ আদিবিন্দু কিন্তু A আদিবিন্দু নহয় আৰু AO ৰশ্মিৰ গতিৰ দিশ বেলেগ।
(c) OP, OQ, OR আৰু OAয়ে একেডাল ৰশ্মিকে সূচায়নে?
সমাধান: OP, OQ, OR আৰু OAয়ে একেডাল ৰশ্মিকে সূচায়ে। কাৰণ, গোটেই কেইডাল ৰশ্মিৰে আদিবিন্দু আৰু গতিৰ দিশ একে।
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment