Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
নিয়ৰ | Class 8 Assamese Chapter 1All Questions and Answers | Class 8 Assamese Chapter 1 All Questions and Answers SCERT |
নিয়ৰ
১। উত্তৰ দিয়া
(ক) মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে?
উত্তৰঃ মুকুতা মণিটি বুলি কবিয়ে নিয়ৰক বুজাইছে।
(খ) নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে?
উত্তৰঃ নিয়ৰক কবিয়ে মুকুটা মণি আৰু চকু পানীৰ লগত তুলনা কৰিছে।
(গ) নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে?
উত্তৰঃ নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কথাটি সাঁচি থোৱাৰ কথা কৈছে।
(ঘ) ফুলনিত কি ছিগি ৰৈ গ'ল?
উত্তৰঃ ফুলনিত মণি ছিগি ৰৈ গ'ল।
(ঙ) কবিয়ে কি সৰি থকাৰ কথা কৈছে?
উত্তৰঃ কবিয়ে নিয়ৰ সৰি থকাৰ কথা কৈছে।
২। কবিতাটোৰ মূলভাব চমুকৈ লিখা।
উত্তৰঃ
৩। শব্দ-সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা।
শব্দ অর্থ
ফটিক
শোভে
হেঙুলি
নিজম
নিচুক
উত্তৰঃ শব্দ অর্থ
ফটিক স্বচ্ছ
শোভে
হেঙুলি হেঙুলৰ নিচিনা ৰঙা
নিজম নীৰৱ
নিচুক মনে মনে থকা
৪। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা।
"নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি, কোন কাহানিৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি।"
উত্তৰঃ
৫। পাঠৰ পৰা অন্ত্য মিল থকা শব্দবোৰ লিখা।
উদাহৰণ- ধোৱা যোৱা
উত্তৰঃ ধোৱা- যোৱা, ভাহি-পাহি, সাঁচি- নাচি।
৬। উল্লিখিত শব্দবোৰৰ সমার্থক শব্দ লিখা।
টোপনি, বেলি, পানী, ফুল, নিশা, সপোন, আকাশ, চকু
উত্তৰঃ টোপনি- নিদ্ৰা
বেলি- ৰবি
পানী- জল
ফুল- পুষ্প
নিশা- ৰাতি
সপোন-
আকাশ-
চকু- নয়ন
৬। বিপৰীত অর্থ বুজোৱা শব্দ লিখা।
ছিগা
নিজম
হাঁহি
উত্তৰঃ ছিগা- নিছিগা
নিজম- কোলাহল
হাঁহি- কান্দোন
৭। বাক্য ৰচনা কৰা।
মুকুতা
পাহি
সৰগ
দিন
শোভে
নিচুক
ফুলজুপি
ফটিক
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment