Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
আমাৰ দেশ | Class 5 Poribesh Chapter 12 All Questions and Answers | Class 5 Poribesh Chapter 12 All Questions and Answers SCERT | SCERT ASSAM
আমাৰ দেশ
অনুশীলনী
১। উত্তৰ লিখা-
(ক) ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম।
উত্তৰঃ ভাৰতবৰ্ষৰ চাৰিসীমাত থকা ৰাষ্ট্ৰকেইখনৰ নাম নেপাল, ভূটান, ম্যানমাৰ, পাকিস্তান, বাংলাদেশ, শ্ৰী লংকা, আফগানিস্তান।
(খ) ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থাকেইটাৰ নাম।
উত্তৰঃ ভাৰতবৰ্ষৰ পৰিবহণ ব্যৱস্থাকেইটাৰ নাম হ'ল - ৰেʼল পৰিবহণ, পথ পৰিবহণ, জল পৰিবহণ, আকাশী পৰিবহণ আৰু ৰছী পৰিবহণ।
(গ) ভাৰতৰ চাৰিখন প্রধান নৈৰ নাম।
উত্তৰঃ ভাৰতৰ চাৰিখন প্ৰধান নৈৰ নাম হ'ল- ব্ৰহ্মপুত্ৰ, গংগা, যমুনা আৰু সৰস্বতী।
(ঘ) ভাৰতৰ দুটা পৰ্বতৰ নাম।
উত্তৰঃ ভাৰতৰ দুটা পৰ্বতৰ নাম হ'ল- পাটকাই পৰ্বত আৰু শংখ পৰ্বত।
(ঙ) ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম।
উত্তৰঃ ভাৰতবৰ্ষৰ কেন্দ্ৰীয় শাসিত অঞ্চলকেইটাৰ নাম হ'ল- আন্দামান নিকোবৰ দ্বীপপুঞ্জ, দিল্লী, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ, পুডুচেৰী, চণ্ডীগড়, লাডাখ আৰু দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ।
(চ) আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰাকীৰ নাম কি?
উত্তৰঃ আমাৰ দেশৰ বৰ্তমান প্ৰধানমন্ত্ৰীগৰৰাকীৰ নাম নৰেন্দ্ৰ দামোদৰ দেৱ দাস মুদী।
২। 'ক' অংশৰ লগত 'খ' অংশ মিলাই লিখা।
'ক' 'খ'
ছিকিম ৰাঁচী
তামিলনাডু মুম্বাই
হাৰিয়ানা চেন্নাই
ঝাড়খণ্ড গেংটক
মহাৰাষ্ট্ৰ চণ্ডীগড়
উত্তৰঃ
'ক' 'খ'
ছিকিম গেংটক
তামিলনাডু চেন্নাই
হাৰিয়ানা চণ্ডীগড়
ঝাড়খণ্ড ৰাঁচী
মহাৰাষ্ট্ৰ মুম্বাই
৪। খালী ঠাই পূৰ কৰা -
(ক) ভাৰতত___________ খন ৰাজ্য আছে।
উত্তৰঃ ভাৰতত ২৮ খন ৰাজ্য আছে।
(খ) গুৱাহাটী আৰু দিল্লীৰ মাজত_________চনৰপৰা বিমান চলাচল আৰম্ভ হয়।
উত্তৰঃ গুৱাহাটী আৰু দিল্লীৰ মাজত ১৯৮১ চনৰপৰা বিমান চলাচল আৰম্ভ হয়।
(গ) ভাৰতত মুঠ________ টা প্রধান জাহাজ বন্দৰ আছে।
উত্তৰঃ ভাৰতত মুঠ ১২ টা প্ৰধান জাহাজ বন্দৰ আছে।
(ঘ) ____________ভাৰতৰ ৰাজধানী।
উত্তৰঃ নতুন দিল্লী ভাৰতৰ ৰাজধানী।
৫। ভাৰত নামটোৰ উৎপত্তিৰ বিষয়ে লিখা।
উত্তৰঃ আমাৰ দেশত প্ৰাচীনকালত 'ভৰত' নামৰ এজন প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল। ভৰত ৰজাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰত ৰখা হয়।
৬। ৰাষ্ট্ৰীয় সংহতি বুলিলে কি বুজা?
উত্তৰঃ জাতি, বৰ্ণ, ভাষা, ধৰ্ম নিৰ্বিশেষে একাত্ম হৈ দেশ আৰু দেশৰ জনগণৰ প্ৰতি যি সন্মান আৰু সদ্ভাৱ দেখুওৱা হয়, সেয়েই হৈছে ৰাষ্ট্ৰীয় সংহতি।
৭। আমাৰ ৰাষ্ট্ৰীয় পতাকাখনৰ ছবি আঁকা।
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment