Skip to main content

Featured

ADRE 3.O | ADRE 3.0 History MCQ Questions with Answers 2026 | Important Assam History MCQs

 ADRE 3.0

১। কোনজন আহোম স্বৰ্গদেউক 'বুঢ়া ৰজা' বুলি জনা যায়?

ক) ৰুদ্ৰ সিংহ

খ) জয়ধ্বজ সিংহ 

গ) প্ৰতাপ সিংহ

ঘ) গদাধৰ সিংহ

উত্তৰঃ গ) প্ৰতাপ সিংহ ।

২। বিখ্যাত 'ইটাখুলি ৰণ' কেতিয়া সংঘটিত হৈছিল?

ক) ১৬৯৬

খ) ১৬৮২

গ) ১৬৭২

ঘ) ১৭৮২

উত্তৰঃ খ) ১৬৮২

৩) আহোম সাম্রাজ্যৰ কোনজন স্বৰ্গদেৱৰ ৰাজত্ব কালত 'মণিপুৰী বৰুৱা' পদটো সৃষ্টি কৰা হৈছিল?

ক) ৰুদ্র সিংহ

খ) গদাধৰ সিংহ

গ) জয়ধ্বজ সিংহ

ঘ) চক্ৰধ্বজ সিংহ

উত্তৰঃ ক) ৰুদ্র সিংহ।

৪) হাতীৰ ওপৰত লিখা বিখ্যাত গ্রন্থ 'হস্তী বিদ্যার্ণৱ' কোনজন আহোম ৰজাৰ দিনত লিখা হৈছিল?

ক ) ৰুদ্র সিংহ

খ) শিৱ সিংহ

গ) ৰাজেশ্বৰ সিংহ

ঘ) গদাধৰ সিংহ

উত্তৰঃ খ) শিৱ সিংহ।

৫) কোনটো বংশই মাইবঙত তেওঁলোকৰ ৰাজধানী স্থাপন কৰিছিল?

(ক) আহোম 

খ) কোচ

গ) কছাৰী (ডিমাচা)

ঘ) চুতীয়া

উত্তৰঃ গ) কছাৰী (ডিমাচা)

৬) ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?

(ক) ১৮২৪

(খ) ১৮২৬

(গ) ১৮৩২

ঘ) ১৮৩৮

উত্তৰঃ (খ) ১৮২৬।

৭) আহোম সাজ্যৰ শেষ স্বাধীন স্বৰ্গদেউ কোন আছিল?

ক) বদন চন্দ্র বৰফুকন

খ) যোগেশ্বৰ সিংহ

গ) পুৰন্দৰ সিংহ

ঘ) চন্দ্রকান্ত সিংহ

উত্তৰঃ ঘ) চন্দ্রকান্ত সিংহ।

৮) আহোম শাসন ব্যৱস্থাৰ মূল ভেটি স্বৰূপ 'পাইক প্রথা' কোনে প্রৱর্তন কৰিছিল?

ক) চুকাফা

খ) চুহুংমুং 

গ) প্রতাপ সিংহ

ঘ) ৰুদ্ৰ সিংহ

উত্তৰঃ খ) চুহুংমুং।

৯) এছিয়াৰ প্ৰথমটো এস্ফিথিয়েটাৰ কোনটো?

ক) তলাতল ঘৰ 

খ) ৰং ঘৰ

গ) কাৰেং ঘৰ 

ঘ) শিৱদল

উত্তৰঃ খ) ৰং ঘৰ।

১০) আহোম যুগৰ 'খেল' প্রথাটো মূলত কিহৰ সৈতে জড়িত আছিল?

ক) ধর্মীয় প্রথা

খ) অর্থনৈতিক আৰু প্রশাসনিক ব্যৱস্থা

গ) সামৰিক প্রশিক্ষণ

ঘ) শিক্ষা ব্যৱস্থা।

উত্তৰঃ খ) অর্থনৈতিক আৰু প্রশাসনিক ব্যৱস্থা।

১১) 'বৰফুকন' পদবীটো প্রথমবাৰৰ বাবে কোনে সৃষ্টি কৰিছিল?

ক) চুকাফা

খ) চুহুংমুং 

গ) প্রতাপ সিংহ

ঘ) ৰুদ্ৰ সিংহ 

উত্তৰঃ গ) প্রতাপ সিংহ।

১২) 'জয়মতী কুঁৱৰী 'ক বন্দী কৰি ৰখা ঠাইখনৰ নাম কি?

ক) জেৰেঙা পথাৰ

খ) চৰাইদেউ

গ) গড়গাওঁ

ঘ) বৰদোৱা 

উত্তৰঃ ক) জেৰেঙা পথাৰ।

১৩) অসমৰ কোনজন শাসনকর্তাক 'ৰাজেশ্বৰ সিংহ' বুলিও জনা যায়?

ক) চুৰামফা

খ) চুন্যেওফা

গ) চুৰেনফা

ঘ) সুৰেন্দ্ৰ সিংহ

উত্তৰঃ গ) চুৰেনফা।

১৪) 'অসম চুক্তি' কোন চনত স্বাক্ষৰিত হৈছিল?

ক) ১৯৮৩

খ) ১৯৮৬

গ) ১৯৮৪

ঘ) ১৯৮৫

উত্তৰঃ ঘ) ১৯৮৫ ।

১৫) প্রাচীন কামৰূপৰ 'বর্মণ বংশ'ৰ আটাইতকৈ শক্তিশালী ৰজাজন কোন?

ক) ভাস্কৰ বর্মণ

খ) পুষ্য বর্মণ

গ) মহেন্দ্র বর্মণ

ঘ) সুস্থিত বৰ্মণ

উত্তৰঃ ক) ভাস্কৰ বর্মণ।

১৬) মিৰজুমলাই কিমান চনত আহোম ৰাজ্য আক্রমণ কৰিছিল?

ক) ১৬৬১

খ) ১৬৬২

গ) ১৬৬৩

ঘ) ১৬৬৪

উত্তৰঃ খ) ১৬৬২ ।

১৭) অসমৰ বুৰঞ্জীৰ কোনটো বংশক 'বৰাহী' বংশ বুলিও জনা যায়?

ক) কছাৰী 

খ) চুতীয়া 

গ) কামৰূপ পালবংশ

ঘ) আহোম 

উত্তৰঃ ক) কছাৰী।

১৮) শৰাইঘাটৰ যুদ্ধত মুগল বাহিনীক নেতৃত্ব প্ৰদান কৰা সেনাপতিজন কোন আছিল?

ক) মীৰজুমলা

খ) ৰাম সিংহ

গ) ঔৰংজেৱ

ঘ) শাইস্তা খান

উত্তৰঃ খ) ৰাম সিংহ।

১৯। কোনজন ৰজাৰ ৰাজত্ব কালত হিউৱেন চাঙে ভাৰত ভ্ৰমণ কৰিছিল?

ক) ভাস্কৰ বর্মণ

খ) পুষ্য বর্মণ

গ) মহেন্দ্র বর্মণ

ঘ) সুস্থিত বৰ্মণ

উত্তৰঃ ক) ভাস্কৰ বর্মণ।

২০। কোনচনত আহোম আৰু মোগলৰ মাজত শৰাইঘাটৰ যুদ্ধ হৈছিল?

ক) ১৬১২

খ) ১৬৫৫

গ) ১৬৬১

ঘ) ১৬৭১

উত্তৰঃ ঘ) ১৬৭১ ।

Comments