Skip to main content

Featured

Assam Current Minister List 2026 | Assam Cabinet Ministers 2026 | অসমৰ বৰ্তমান মন্ত্ৰী তালিকা ২০২৬

 অসমৰ বৰ্তমান মন্ত্ৰী তালিকা ২০২৬

১। অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীজনৰ নাম কি?

উত্তৰঃ ড° হিমন্ত বিশ্ব শৰ্মা (মামা)।

২। অসমৰ বৰ্তমান গৃহমন্ত্ৰী কোন? 

উত্তৰঃ ড° হিমন্ত বিশ্ব শৰ্মা (মামা)।

৩। বৰ্তমান অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম কি?

উত্তৰঃ ড° ৰণোজ পেগু।

৪। বৰ্তমান অসমৰ বৃত্তমন্ত্ৰীজনৰ নাম লিখা।

উত্তৰঃ শ্ৰী জয়ন্ত মল্ল বৰুৱা।

৫। বৰ্তমান অসমৰ কৃষি মন্ত্ৰীজনৰ নাম কি?

উত্তৰঃ শ্ৰী পীযুষ হাজৰিকা।

৬। অসমৰ বৰ্তমান স্বাস্থ্যমন্ত্ৰী জনৰ নাম কি?

উত্তৰঃ শ্ৰী অশোক সিংহাল।

৭। অসমৰ বৰ্তমান জনসিঞ্চনমন্ত্ৰী কোনো?

উত্তৰঃ শ্ৰী পীযুষ হাজৰিকা।

৮। বৰ্তমান অসমৰ মহিলা আৰু শিশু উন্নয়নৰ মন্ত্ৰীজনৰ লগতে পৰ্যটত মন্ত্ৰীজনৰ নাম লিখা ।

উত্তৰঃ শ্ৰী মতী অজন্তা নেওগ।

৯। অসমৰ বৰ্তমান পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰীজনৰ নাম লিখা।

উত্তৰঃ শ্ৰী অতুল বৰা।

১০। বৰ্তমান অসমৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰীজনৰ নাম কি?

উত্তৰঃ শ্ৰী বিমল বৰা।

১১। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰীজনৰ নাম কি?

উত্তৰঃ শ্ৰী কেশৱ মহন্ত।

১২। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰীজনৰ নাম কি?

উত্তৰঃ শ্ৰী কৃষ্ণেন্দু পাল।

১৩। পশু পালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰীজনৰ নাম লিখা।

উত্তৰঃ শ্ৰী মতী নীলিমা দেৱী।

১৪। ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ মন্ত্ৰীজনৰ নাম কি?

উত্তৰঃ শ্ৰী ৰামেশ্বৰ তেলী।

১৫। জলসম্পদ আৰু ন্যায় বিভাগৰ মন্ত্ৰীজনৰ নাম লিখা।

উত্তৰঃ শ্ৰী সুশান্ত বৰগোহাঁই।

১৬। খাদ্য বিভাগৰ মন্ত্ৰীজনৰ নাম কি?

উত্তৰঃ শ্ৰী কৌশিক ৰায়।

১৭। বস্ত্ৰ, ৰেচম আৰু ক্ৰীড়া বিভাগৰ মন্ত্ৰীজনৰ নাম কি?

উত্তৰঃ শ্ৰী বিশ্বজিৎ দৈমাৰী।

১৮। পৰিবহণ আৰু বড়োলেণ্ড কল্যাণ বিভাগৰ মন্ত্ৰীজনৰ নাম কি?

উত্তৰঃ শ্ৰী চৰণ বড়ো।

১৯। সামাজিক ন্যায় আৰু সশক্তিকৰণ বিভাগৰ মন্ত্ৰীজনৰ নাম কি?

উত্তৰঃ শ্ৰী অশ্বিনী ৰায় সৰকাৰ।



Comments