Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
বিখ্যাত ব্যক্তিসকলক কাক কি উপাধিৰে বিভূষিত কৰা হৈছৈ |
বিখ্যাত ব্যক্তিসকলক কাক কি উপাধিৰে বিভূষিত কৰা হৈছৈ
ব্যক্তিৰ নাম উপাধি
১। শ্ৰীমন্ত শঙ্কৰদেৱ জগত গুৰু
২। তৰুণ ৰাম ফুকন দেশভক্ত
৩। ড° বাণীকান্ত কাকতি ভাষা তত্ত্ববিদ
৪। ৰবীন্দ্ৰনাথ ঠাকুৰৰ কবিগুৰু
৫। বিষ্ণুপ্ৰসাদ ৰাভা কলাগুৰু
৬। নবীনচন্দ্ৰ বৰদলৈ কৰ্মবীৰ
৭। অম্বিকাগিৰী ৰায়চৌধুৰী। অসম কেশৰী
৮। যতীন্দ্ৰ নাথ দুৱৰা বনফুলৰ কবি
৯। ফণী শৰ্মা নটসূৰ্য
১০। খগেন মহন্ত বিহু সম্ৰাট
১১। জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰ
১২। ৰঘুনাথ চৌধাৰী বিহগী কবি
১৩। চৈয়দ আব্দুল মালিক গল্প সম্ৰাট
১৪। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰসৰাজ/সাহিত্যৰথী
১৫। কমলাকান্ত ভট্টাচাৰ্য্য অগ্নিকবি
১৬। ভূপেন হাজৰিকা সংগীত সম্ৰাট/সুধাকণ্ঠ
১৭। জৱাহৰলাল নেহৰু চাচাজী/ পণ্ডিতজী
১৮। চিত্তৰঞ্জন দাস দেশবন্ধু
১৯। সৰোজনী নাইডু ভাৰতৰ নাইটিংগেল
২০। বিবেকানন্দ স্বামীজী
২১। সুভাষচন্দ্ৰ বসু নেতাজী
২২। বাল গদাধৰ তিলক লোকমান্য
২৩। লালা ৰাজপত ৰায় লাল
২৪। বাল গংগাধৰ তিলক বাল
২৫। বিপিন চন্দ্ৰ পাল পাল
২৬। বৈকুণ্ঠ নাথ ভট্টাচাৰ্য্য ভট্টদেৱ
২৭। নলিনীবালা দেৱী অসমৰ আইতা
২৮। বল্লভভাই পেটেল চৰ্দাৰজী
২৯। শিৱাজী ছত্ৰপতি
৩০। পাৰ্বতি প্ৰসাদ বৰুৱা গীতিকবি
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment