Skip to main content

Featured

সাধাৰণ জ্ঞান। GK 2026 | General knowledge 2026

ছাত্ৰ-ছাত্ৰীৰ বাবে সাধাৰণ জ্ঞান 

১। ভাৰতৰ ৰাষ্ট্ৰীয় মূলমন্ত্র কি?

উত্তৰ : সত্যমেৱ জয়তে।

২। ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক?

উত্তৰ: কেৰালা।

৩। ভাৰতৰ প্ৰথম কৃত্রিম উপগ্ৰহটোৰ নাম কি?

উত্তৰ : আৰ্যভট্ট।

৪। ভাৰতত প্রতিষ্ঠা হোৱা প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম কি?

উত্তৰ: কলিকতা বিশ্ববিদ্যালয়।

৫। ভাৰতৰ আটাইতকৈ ডাঙৰ জিলাখনৰ নাম কি?

উত্তৰ : গুজৰাট ৰাজ্যৰ কাচ্চ।

৬। এভাৰেষ্ট আৰোহন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন?

উত্তৰ : বাচেন্দ্ৰী পাল।

৭। অশোক চক্রত মুঠ কেইডাল দণ্ড আছে?

উত্তৰ: ২৪ ডাল।

৮। ভাৰত কোন বছৰত ৰাষ্ট্ৰসংঘৰ সদস্য হয়?

উত্তৰ: ১৯৪৫ চনত।

৯। অসমৰ ৰাজধানী কি?

উত্তৰ : দিছপুৰ।

১০। গুৱাহাটীৰ ঐতিহাসিক নাম কি?

উত্তৰ : প্ৰাগজ্যোতিষপুৰ।

১১। প্রথম অসমীয়া উপন্যাসখন হ'ল-

উত্তৰ : ভানুমতী।

১২। শেষৰ আহোম ৰজাজন আছিল-

উত্তৰ : পুৰন্দৰ সিং।

১৩। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল-

উত্তৰ : পদ্মনাথ গোহাঁই বৰুৱা।

১৪। অসমৰ প্ৰথম মুখ্যমন্ত্রী কোন আছিল?

উত্তৰ: গোপীনাথ বৰদলৈ।

১৫। অসমৰ ৰাজ্যিক প্রাণী কি?

উত্তৰ : গঁড়।

১৬। কোনবিধ ফুল নুফুলা উদ্ভিদ?

(ক) ঢেঁকীয়া

(খ) ধনীয়া

(গ) গোলাপ

উত্তৰঃ (গ) গোলাপ

১৭। প্রাপ্তবয়স্ক মানুহৰ শৰীৰত কিমানডাল হাড় থাকে?

(ক) ২০০

(খ) ২০৯

(গ) ২০৬

(ঘ) ১০৬

উত্তৰঃ (গ) ২০৬

১৮। আমাৰ সৌৰজগতত কিমানটা গ্রহ আছে?

(ক) ৬

(খ) ৭

(গ) ৮

(ঘ) ৯

উত্তৰঃ (গ) ৮

১৯। আটাইতকৈ ডাঙৰ গ্ৰহটো হ'ল-

(ক) পৃথিৱী

(খ) বুধ

(গ) বৃহস্পতি

(ঘ) শনি

উত্তৰঃ (গ) বৃহস্পতি।

২০। বায়ুমণ্ডলত কোনবিধ গেছ বেছিকৈ পোৱা যায়?

(ক) কার্বন

(খ) নাইট্রজেন

(গ) অক্সিজেন

(ঘ) হাইড্রজেন

উত্তৰঃ (খ) নাইট্রজেন।

২১। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস আমি কোন তাৰিখে পালন কৰো?

(ক) ২২ ফেব্ৰুৱাৰী

(খ) ২৮ জানুৱাৰী

(গ) ২৮ ফেব্ৰুৱাৰী

(ঘ) ৫ জুন

উত্তৰঃ (গ) ২৮ ফেব্ৰুৱাৰী।

২২। সিৰা কোনে আৱিষ্কাৰ কৰিছিল?

(ক) ৰবার্ট হুক

(খ) আলেকজেণ্ডাৰ ফ্লেমিং

(গ) ৰবাৰ্ট ব্রাউন

(ঘ) আইজাক নিউটন

উত্তৰঃ (ক) ৰবার্ট হুক।

২৩। ৰ'দত থকা প্ৰাথমিক গেছবিধ হ'ল-

(ক) নিয়ন

(খ) মিথেন

(গ) হাইড্রজেন

(ঘ) নাইট্রজেন

উত্তৰঃ (গ) হাইড্রজেন।

২৪। আমাৰ ৰাষ্ট্ৰীয় সংগীতটোৰ ৰচক কোন?

উত্তৰঃ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ।

২৫। আমাৰ জাতীয় সংগীত "অ' মোৰ আপোনাৰ দেশ......"ৰ ৰচক কোন?

উত্তৰঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা।

Comments