Search This Blog
Study Setu is a modern educational platform dedicated to helping students from Class 1 to Class 12 achieve academic success through smart and accessible learning resources.
Featured
- Get link
- X
- Other Apps
ভাষা আৰু সাহিত্য | GK For ADRE 3.0
ভাষা আৰু সাহিত্য
১। শ্রীমন্ত শংকৰদেৱৰ প্ৰথম সাহিত্যখনৰ নাম কি?
উত্তৰঃ হৰিশ্চন্দ্ৰ উপাখ্যান।
২। শ্রীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখনৰ নাম কি?
উত্তৰঃ চিহ্নযাত্রা।
৩। শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তিস্তম্ভ কি?
উত্তৰঃ কীর্তন-ঘোষা।
৪। মহাপুৰুষ মাধৱদেৱৰ সৰ্বশ্রেষ্ঠ সাহিত্য কৃতি কি?
⇨নামঘোষা।
৫। অসমীয়া প্রথম কবিতাপুথিখন কি?
⇨প্রহ্লাদ চৰিত (হেম সৰস্বতী)।
৬। অসমীয়া গদ্য সাহিত্যৰ জনক কোন?
⇨ভট্টদেৱ।
৭। অসমীয়া ব্যাস কোন?
⇨ৰাম সৰস্বতী।
৮। অসমীয়া কথা-কবিতাৰ জনক কোন?
⇨ যতীন্দ্ৰনাথ দুৱৰা।
৯। প্রথম অসমীয়া ৰোমাণ্টিক কবিতা কি?
⇨ বনকুঁৱৰী।
১০। প্রথম অসমীয়া গল্প সংকলনখনৰ নাম কি?⇨'সুৰভি' (লক্ষ্মীনাথ বেজবৰুৱা)।
১১। বিভিন্ন বঁটা লাভ কৰা ৰংবং তেৰাঙৰ গ্ৰন্থখনৰ নাম কি?
⇨ৰংমিলিৰ হাঁহি।
১২। 'কীর্তন-ঘোষা' সৰ্বপ্ৰথম ছপা কৰা ব্যক্তিজনৰ নাম কি?
⇨হৰবিলাস আগৰৱালা।
১৩। প্রথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী পুথিখন কি?
⇨'মৃত্যুঞ্জয়' (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য)।
১৪। জ্ঞানপীঠ বঁটা বিজয়ী প্রথম অসমীয়া মহিলাগৰাকীৰ নাম কি?
⇨মামণি ৰয়ছম গোস্বামী।
১৫। প্রথম অসমীয়া ব্যাকৰণখনৰ নাম কি?
⇨'গ্ৰামাৰ অৱ আছামিজ লেংগুৱেজ'।
১৬। অসমীয়া ব্যাকৰণৰ আধুনিক ৰূপ দিয়া ব্যক্তিজন কোন?
⇨হেমচন্দ্ৰ বৰুৱা।
১৭। অসমীয়া প্রথম বুৰঞ্জী প্রণেতাগৰাকীৰ নাম কি?
⇨ দেবেন্দ্রনাথ বৰুৱা।
১৮। সংস্কৃতৰ পৰা অনূদিত প্রথম নাটকখনৰ নাম কি?
⇨'শকুন্তলা' (লম্বোধৰ বৰা)
১৯। প্ৰথম অসমীয়া অনাতাঁৰ নাটকখনৰ নাম কি?
⇨'বীণ-বৰাগী'।
২০। অসমীয়া সাহিত্যৰ উপন্যাস বুলি কাক জনা যায়?
⇨ৰজনীকান্ত বৰদলৈ।
২১। আধুনিক যুগৰ প্ৰথম উপন্যাসখনৰ নাম কি?
⇨'ভানুমতী' (পদ্মনাথ গোহাঞি বৰুৱা, ১৮০৯)।
২২। 'চামেলি মেমচাব'ৰ লেখকজনৰ নাম কি?⇨নিৰোদ চৌধুৰী।
২৩। 'চিৰাজ' নাটকখনৰ নাট্যকাৰ কোন?
⇨ফণী শর্মা।
২৪। অসমীয়া প্রথম ভ্রমণ কাহিনীৰ নাম কি?⇨'বিলাতৰ চিঠি' (জ্ঞানভিৰাম বৰুৱা)।
২৫। 'পবিত্র অসম' গ্ৰন্থখনৰ লেখক কোন?
⇨ড° মহেশ্বৰ নেওগ।
২৬। মহাভাৰতৰ অসমীয়া ভাঙনি কোনে কৰিছিল?
⇨ৰাম সৰস্বতীয়ে।
২৭। অসমীয়া সাহিত্যৰ জোনাকী যুগৰ ত্রিমূৰ্তি বুলি কাক কোৱা হয়?
⇨লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী।
২৮। অসমীয়া প্রথম দৈনিক বাতৰি কাকতখনৰ নাম কি?
⇨'দৈনিক বাতৰি' (১৯৩৫, সম্পাদক নীলমণি ফুকন)।
২৯। প্রথম মহিলা আলোচনীখনৰ নাম কি?
⇨ঘৰ জেউতি।
৩০। অসমীয়া ভাষাৰ প্ৰথম অভিধানখনৰ লেখক কোন?
⇨মাইলছ ব্রনছন।
৩১। ড° ভূপেন হাজৰিকাদেৱে সম্পাদনা কৰা ইংৰাজী কাকতখনৰ নাম কি?
⇨নিউ ইণ্ডিয়া।
৩২। স্বাধীন অসমৰ প্ৰথম মুখ্য মন্ত্ৰীজনৰ নাম কি?
⇨ গোপীনাথ বৰদলৈ।
৩৩। বিলাতত শিক্ষা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন?
⇨আনন্দৰাম ঢেকিয়াল ফুকন।
৩৪। অসমীয়া টাইপ ৰাইটাৰৰ আৱিষ্কাৰক কোন?
⇨হৰিপ্ৰসাদ বৰুৱা।
৩৫। সৰ্বভাৰতীয় দাদা চাহেব ফাল্কে বঁটা প্রথমে কোনে লাভ কৰিছিল?
⇨ড° ভূপেন হাজৰিকা।
৩৬। অসম আন্দোলনৰ প্ৰথম শ্বহীদজনৰ নাম কি?⇨খৰ্গেশ্বৰ তালুকদাৰ।
৩৭। ভাষা আন্দোলনৰ প্ৰথম শ্বহীদজনৰ নাম কি?⇨ৰঞ্জিত বৰপূজাৰী।
৩৮। বিজ্ঞান বিষয়ত ডক্টৰেট উপাধি পোৱা প্ৰথমজন অসমীয়া বিজ্ঞানীজনৰ নাম কি?
⇨ৰাধিকাৰাম ঢেকিয়াল ফুকন।
Popular Posts
All Classes | Class 1 to Class 12 | Class 1 | Class 2 | Class 3 | Class 4 | Class 5 | Class 6 | Class 7 | Class 8 | Class 9 | Class 10 | Class 11 | Class 12 |
- Get link
- X
- Other Apps
Class 12 Assamese || সাহিত্য সৌৰভ || উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ পাঠ্য ||
- Get link
- X
- Other Apps
Comments
Post a Comment