Skip to main content

Featured

The Stork and the fox | Class 5 English Lesson 4 Questions and Answers

 The Stork and The Fox

1. Let's see how much we have understood. Choose the correct answer:(চাওঁ আহা আমি কিমান বুজি পাইছো। শুদ্ধ উত্তৰটো বাছা:)

a) The fox invited the stork for(শিয়ালে ষ্টৰ্কটোক মাতিলে)

i) lunch(দুপৰীয়া আহাৰৰ খাবলৈ)

ii) breakfast(পুৱাৰ আহাৰ খাবলৈ)

iii) dinner(ৰাতিৰ আহাৰ খাবলৈ)

iv) tea(চাহ খাবলৈ)

Ans: i) lunch

b) The stork requested the fox to serve his food in(ষ্টৰ্কে শিয়ালটোক তাৰ খাদ্য দিবলৈ কৰিবলৈ অনুৰোধ কৰিলে)

i) a plate(এখন প্লেট)

ii) a cup(এটা কাপ)

iii) a pot(এটা পাত্ৰ)

iv) a bowl(এটা বাটি)

Ans: iii) a pot

c) The stork served the food in(ষ্টৰ্কটোৱে আহাৰৰ দিছিল)

i) a pot(এটা পাত্ৰত)

ii) a bowl(এটা বাটিত)

iii) a plate(এখন প্লেটত)

iv) a glass tumble(এটা কাঁচৰ টাম্বলাৰ)

Ans: i) a pot.

d) The fox could not eat the meal served by the stork because(শিয়ালটোৱে ষ্টৰ্কৱে দিয়া আহাৰ খাব পৰা নাছিল কাৰণ)

i) the meal was not tasty(আহাৰৰ সুৱাদ নাছিল)

ii) he was not feeling well(তাৰ অনুভৱ ভাল নাছিল)

iii) the food was hot(খাদ্যখিনি গৰম আছিল)

iv) the pot in which the food was served had a long and thin neck(আহাৰ দিয়া পাত্ৰটো দীঘল আৰু ডিঙিটো ঠেক আছিল)

Ans: iv) the pot in which the food was served had a long and thin neck.

2. Write the answers:( উত্তৰ লিখা)

a) Who invited the stork for lunch?(দুপৰীয়া আহাৰৰ বাবে কোনে ষ্টৰ্ককক নিমন্ত্ৰণ দিছিল?)

Ans: Fox invited the stork for lunch.(দুপৰীয়া আহাৰৰ বাবে শিয়ালে ষ্টৰ্কটোক নিমন্ত্ৰণ দিছিল।)

b) What was the utensil in which the fox served the meal?(শিয়ালে খাদ্য পৰিবেশন কৰা বাচনটো কি আছিল?)

Ans: The utensil in which the fox served the meal was a plate.(শিয়ালে যি বাচনত খাদ্য পৰিবেশন কৰিছিল সেয়া আছিল এখন প্লেট।)

c) Why didn't the stork respond to the fox's request?(ষ্টৰ্কে কিয় শিয়ালৰ অনুৰোধক সঁহাৰি জনোৱা নাছিল?)

Ans: The stork didn't respond to the fox's request because the fox had not responded to the Stork's request.(ষ্টৰ্কে শিয়ালৰ অনুৰোধত কোনো সঁহাৰি নিদিলে কাৰণ শিয়ালে ষ্টৰ্কৰ অনুৰোধত কোনো সঁহাৰি দিয়া নাছিল।)

3. Read the meal timetable of the stork:(ষ্টৰ্কৰ খাদ্য খোৱা সময় পঢ়া)

Meal(খাদ্য )                               Time(সময়)

Breakfast                              8:30 a.m.

Lunch                                     1:00 p.m.

Dinner                                    9:00 p.m.

a) At what time does the stork have his lunch?(কিমান সময়ত ষ্টৰ্কে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰে?)

Ans: The storks feed at 1pm.(ষ্টৰ্কবোৰে দুপৰীয়া ১ বজাত আহাৰ গ্ৰহণ কৰে।)

b) What does the stork have at 8:30 a.m.?(পুৱা ৮:৩০ বজাত ষ্টৰ্কে কি কৰে?)

Ans: At 8:30 a.m., the Storks eat breakfast.(পুৱা ৮:৩০ বজাত ষ্টৰ্কে পুৱাৰ আহাৰ গ্ৰহণ কৰে।)

4. Work in pairs:(দলত কাৰ্য কৰা)

Ask each other the following questions about your favourite dish.(নিজৰ প্ৰিয় খাদ্যৰ বিষয়ে ইজনে সিজনক তলৰ প্ৰশ্নকেইটা কৰা)

a) What is your favourite dish?(তোমাৰ প্ৰিয় খাদ্য কি?)

Ans: My favourite dish is pitha.(মোৰ প্ৰিয় খাদ্য হৈছে পিঠা।)

b) Who cooks it for you?(তোমাৰ বাবে সেই খাদ্য কোনে ৰান্ধে?)

Ans: My mother cooks it for me.(মোৰ মায়ে সেই খাদ্য মোৰ বাবে ৰান্ধে।)

c) What ingredients are used to make it?(সেই খাদ্য বনাবলৈ ব্যৱহাৰ হোৱা উপাদানবোৰ কি কি?)

Ans: The ingredients that are used to make it are rice, sugar, milk etc.(এই খাদ্য বনাবলৈ ব্যৱহাৰ কৰা উপাদান কেইটা হ'ল- চাউল, চেনি,গাখীৰ আদি।)

d) Why do you like it?(কিয় সেই খাদ্য তুমি ভাল পোৱা?)

Ans: I like pitha because it is tasty.(পিঠা সোৱাদ যুক্ত হোৱাৰ বাবে মই ভাল পাওঁ)

5. Work in pairs and make invitations and requests using the clues in the brackets:(দলত কাম কৰা আৰু বন্ধনীত থকা সূত্ৰসমূহ ব্যৱহাৰ কৰি আমন্ত্ৰণ আৰু অনুৰোধ কৰা:)

a) Will you.........................(give, pen)?

Ans: Will you please give me a pen? (Request)(অনুগ্ৰহ কৰি মোক কলম এটা দিবানে?)

b) Would you........................ (like, some chocolate)?

Ans: Would you like some chocolate?(তুমি কিছু চকলেট বিচাৰিবানে?)

c) Could you...................(come, my house)?

Ans: Could you come to my house?(মোৰ ঘৰলৈ আহিব পাৰিবানে?)(Invitation)

d) May I...................(play, you)?

Ans: May I play with you?(তোমাৰ লগত খেলিব পাৰিমনে?)

6. Let's see how much we have understood:(Page no- 55)(আমি কিমান বুজিলোঁ চাওঁ আহা:)

a) Who visited whom and on what occasion?(কোনে কাৰ ওচৰলৈ গৈছিল আৰু কি উপলক্ষে?)

Ans: Bina went to her uncle's house, on the occasion of Magh Bihu.(বিনা খুড়াকৰ ঘৰলৈ গৈছিল, মাঘবিহুৰ উপলক্ষে।)

b) What are the people in the picture doing?(ছবিখনত থকা মানুহবোৰে কি কৰি আছে?)

Ans: The people are having tea and eating different kinds of pithas and larus together.(ছবিখনত থকা মানুহবোৰে চাহৰ লগত বিভিন্ন ধৰণৰ পিঠা আৰু লাড়ু খাই আছে)

c) What did Bina's aunt say to Bina?(বিনাক কি ক'লে বিনাৰ খুড়ীয়েকে?)

Ans: Bina’s aunt said, “Bina, take some more.”(বিনাৰ খুড়ীয়েকে ক’লে, “বিনা, আৰু কিছু লোৱা।”)

d) What did Bina's uncle offer to his brother?(বিনাৰ খুড়াকে ককায়েকক কি অফাৰ দিলে?)

Ans: Bina’s uncle offered a kilo of gur to his brother. He said that he had packed it for him to take home. (বিনাৰ খুড়াকে ভায়েকক এক কিলো গুৰ আগবঢ়াই দিলে। তেওঁ ক’লে যে তেওঁ ঘৰলৈ নিবলৈ পেক কৰি থৈছে।)

7. Find words ending with 'ly' from the word grid below:(Page no- 58)(তলৰ শব্দৰ তালিকাৰ পৰা 'ly' ৰে শেষ হোৱা শব্দবোৰ বিচৰা:)


Ans: i) Quietly 

ii) Bloudly 

iii) Happily

iv) Softly 

v) Slowly 

Comments